উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Removing "Diversity_of_plants_image.png", it has been deleted from Commons by Jcb because: per c:Commons:Deletion requests/File:Sunflowers.jpg.
No edit summary
11 নং শাৰী:
}}
 
'''উদ্ভিদ'''বোৰ (Viridiplantae in Latin) হ'ল,জীৱবিজ্ঞানৰ উদ্ভিদ'''[[জগৎ (জীৱবিজ্ঞান)|জগৎজগৎৰ]]''' উদ্ভিদৰ অন্তৰ্গত কিছুমান বহুকোষী, সংকোষকেন্দ্ৰীয় জীৱ । সপুষ্পক উদ্ভিদ, নগ্নবীজী উদ্ভিদ, ঢেকীয়া, মছ, সেউজ শেলাই আদি উদ্ভিদ জগতৰ অন্তৰ্গত । [[ভেঁকুৰ]], আৰ্কিয়া আৰু [[বেক্টেৰিয়া]]ক উদ্ভিদ বুলি ধৰা নহয় ।
সেউজীয়া উদ্ভিদবোৰৰ ছেলুলজেৰে গঠিত কোষবেৰ থাকে আৰু ক্ল'ৰফিলৰ সহায়ত সালোক সংশ্লেষণৰ জৰিয়তে শক্তি আহৰণ কৰে । উদ্ভিদৰ পাতে সেউজীয়া ৰঙটো, সিহঁতৰ ক্লৰপ্লাষ্টত থকা '''ক্ল'ৰফিল এ''' আৰু '''ক্ল'ৰফিল বি'''ৰ পৰা পায় । কিছুমান উদ্ভিদে প্ৰয়োজনীয় ক্ল'ৰফিল উৎপাদন কৰিব নোৱাৰা বা সালোক সংশ্লেষণ কৰিবলৈ অপৰাগ হোৱাৰ বাবে পৰপোষী হৈ জীৱন নিৰ্বাহ কৰে । পৰিবৰ্তিত প্ৰজন্মসমুহত যদিও অযৌন প্ৰজনন দেখা যায়, যৌন প্ৰজনন উদ্ভিদৰ এটা সাধাৰণ বৈশিষ্ট ।
 
"https://as.wikipedia.org/wiki/উদ্ভিদ"ৰ পৰা অনা হৈছে