সপুষ্পক উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Taxobox
| name = সপুষ্পক [[উদ্ভিদ]]
| fossil_range = {{fossil range|Early Cretaceous|0|[[Early Cretaceous]] — [[Recent]]}}
| image = Flower poster 2.jpg
| image_width = 240px
| image_caption = সপুষ্পক উদ্ভিদৰ[[উদ্ভিদ]]ৰ বিবিধতা
| regnum = [[Plant]]ae
| divisio = '''Angiospermae'''
| divisio_authority = Lindley
| synonyms=
[[ফুল]] [[ফুল]]া উদ্ভিদ
}}
'''সপুষ্পক উদ্ভিদ''' বা '''[[ফুল]] [[ফুল]]া উদ্ভিদ''' হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল [[[[উদ্ভিদ]]]]। এই [[উদ্ভিদ]] সমূহত [[ফুল]] [[ফুল]]ে আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ[[উদ্ভিদ]]সমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদসমূহত[[উদ্ভিদ]]সমূহত পুৰঠ পাত,[[ফুল]],শিপা,ফল দেখা যায়।
 
== বৰ্গীকৰণ ==
সপুষ্পক উদ্ভিদৰ[[উদ্ভিদ]]ৰ বৰ্গীকৰণ সময়ে সময়ে বৰ্গীকৰণ জীৱ বৈজ্ঞানিক সমূহৰ দ্বাৰা হৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী বিভাজন কৰিছে।
*'''একবীজপত্ৰী সপুষ্পক উদ্ভিদ''' :ইয়াৰ বীজ সমূহৰ ভিতৰত এটা দল থাকে। সেয়েহে ইয়াক একবীজপত্ৰী বোলা হয়। উদাহৰণ:ঘেঁহু,ধান,জোৱাৰ, যৱ, কল,পিয়াজ,বাঁহ,নহৰু,খেজুৰ ইত্যাদি।
*'''দ্বিবীজপত্ৰী সপুষ্পক উদ্ভিদ''' : ইয়াৰ বীজ সমূহৰ ভিতৰত দুটা দল থাকে। সেয়েহে ইয়াক দ্বিবীজপত্ৰী বোলা হয়। এই প্ৰকাৰৰ [[উদ্ভিদ]] কেইবাহাজাৰটা প্ৰজাতি উপলব্ধ আছে।
 
== প্ৰজনন ==
{{Main| ফুল#ফুলৰ_কাৰ্য}}
সপুষ্পক [[উদ্ভিদ]] সমূহে যৌন প্ৰজননৰ বাবে [[ফুল]] নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ[[উদ্ভিদ]]সমূহ [[ফুল]]ৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়।সপুষ্পক উদ্ভিদৰ[[উদ্ভিদ]]ৰ [[ফুল]] গঠন,আকৃতি,গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ[[উদ্ভিদ]]ৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।
 
== উপকাৰিতা ==