ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
67 নং শাৰী:
===ধেমাজি জিলা গঠন===
খ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।<ref name='Statoids'>{{cite web | url = http://www.statoids.com/yin.html | title = Districts of India | accessdate = 2011-10-11 | last = Law | first = Gwillim | date = 2011-09-25 | work = Statoids}}</ref> তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা [[ঢকুৱাখনা]]ৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু [[জোনাই]] মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।<ref name="geography">{{cite web | url=http://dhemaji.gov.in/geography.htm | title=Geography of Dhemaji District | publisher=District Administration, Dhemaji, Assam, India | work=NIC, Dhemaji District Unit. | accessdate=16 আগষ্ট 2013}}</ref>
==ভূগোল==
ধেমাজি চহৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৯১ মিটাৰ। ই [[ব্ৰহ্মপুত্ৰ নদ]]ৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পূৱফালে [[অৰুণাচল প্ৰদেশ]] আৰু পশ্চিমে [[লখিমপুৰ জিলা]] অৱস্থিত। ধেমাজিৰ উত্তৰেও অৰুণাচল প্ৰদেশ অৱস্থিত। জীয়াঢল, গাইনদী, দিকাৰী, দিহাং, ডিমৌ, চিমেন আৰু [[সোৱণশিৰি নদী]] ধেমাজিৰ মাজেৰে বৈ গৈছে।
==জন-বসতি==
২০১১ চনৰ লোকপিয়ল অনুসৰি,<ref>{{cite web|url=http://www.censusindia.net/results/town.php?stad=A&state5=999|archiveurl=https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999|archivedate=2004-06-16|title= Census of India 2001: Data from the 2011 Census, including cities, villages and towns (Provisional)|accessdate=2008-11-01|publisher= Census Commission of India}}</ref> ধেমাজিৰ জনসংখ্যা ১২,৮১৬ জন। ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা। ধেমাজিৰ সাক্ষৰতাৰ হাৰ ৯২%। তাৰে ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৯৪% আৰু মহিলাৰ ৮৯%। ধেমাজিৰ মুঠ জনসংখ্যাৰ ১১% ছবছৰৰ তলৰ শিশু।
== যাতায়ত ==
১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ [[বগীবিল দলংবগীবিল দলঙেৰে]] [[ডিব্ৰুগড়]]ৰ [[লাহোৱাল]]লৈ গৈছে। ধেমাজি চহৰত ৰঙিয়া ৰে'ল সংগমণ্ডলৰ অধীনৰ [[ধেমাজি ৰে'ল ষ্টেচন]] অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি [[গুৱাহাটী]],
[[ডিব্ৰুগড়]] আৰু মুৰকংচেলেকৰ লগত ৰে'লেৰে সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল [[উত্তৰ লখিমপুৰ]]ৰ [[লীলাবাৰী বিমানবন্দৰ]]।
 
==তথ্য উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
* [http://dhemaji.gov.in/ ধেমাজি জিলাৰ চৰকাৰী ৱেবচাইট]
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে