ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
'''ৰোগ''' {{En|Disease}} হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যি কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক [[ৰোগবিজ্ঞান]] বোলে।<ref>{{cite web |first = Tim |last = White |url = https://tgb.com.au/injured-people/what-is-the-difference-between-an-%E2%80%9Cinjury%E2%80%9D-and-%E2%80%9Cdisease%E2%80%9D-for-commonwealth-injury-claims/ |date = 19 December 2014 |title = What is the Difference Between an 'Injury' and 'Disease' for Commonwealth Injury Claims? |publisher = Tindall Gask Bentley |access-date = 6 November 2017 |url-status=live |archiveurl = https://web.archive.org/web/20171027024609/https://tgb.com.au/injured-people/what-is-the-difference-between-an-%e2%80%9cinjury%e2%80%9d-and-%e2%80%9cdisease%e2%80%9d-for-commonwealth-injury-claims/ |archivedate = 27 October 2017 |df = dmy-all }}</ref> ৰোগ বুলিলে প্ৰায়ে বিশেষ লক্ষণ আৰু চিহ্নযুক্ত চিকিৎসা সম্বন্ধীয় পৰিস্থিতি বুলি কোৱা হয়। ৰোগ সাধাৰণতে বাহ্যিক কাৰকৰ বাবে হয়, বা কিছুমান ৰোগৰ কাৰণ আভ্যন্তৰিণো হ'ব পাৰে। মানুহৰ ক্ষেত্ৰত ৰোগ শব্দটো প্ৰায়ে, ভূক্তভোগী অথবা তেওঁৰ সম্পৰ্কত থকা জনৰ [[বিষ]], [[বিকাৰ]], [[দূঃচিন্তা]], [[সামাজিক সমস্যা]], বা [[মৃত্যু]] আদিৰ দৰে ব্যাপক অৰ্থত ব্যৱহৃত হয়। এই বহল অৰ্থত, কেতিয়াবা [[আঘাট]], [[বিসংগতি]], [[অক্ষমতা]], [[লক্ষণ]], [[সংক্ৰমণ]], গঠন আৰু কাৰ্যৰ বিশেষ ভিন্নতা, অস্বাভাৱিক আচৰণ আদিকো সাঙুৰা হয়। অন্য ক্ষেত্ৰ আৰু উদ্দেশ্যত ৰোগবোৰক বিশেষ শ্ৰেণীবুলি গণ্য কৰা হয়। ৰোগে মানুহক শাৰিৰীক তথা মানসিক ভাৱে প্ৰভাৱ পেলোৱাৰ ওপৰিও আবেগিকভাৱেও প্ৰভাৱিত কৰে, ৰোগে ব্যক্তিৰ সত্বা আৰু ব্যক্তিত্বত প্ৰভাৱ পেলায়।
 
ৰোগৰ বাবে হোৱা মৃত্যুক প্ৰাকৃতিক কাৰণত হোৱা বুলি কোৱা হয়। ৰোগ প্ৰধানকৈ চাৰি প্ৰকাৰৰ: [[বীজানুজনিত ৰোগ]], [[অভাৱজনিত ৰোগ]], [[বংশগত ৰোগ]], আৰু [[মানসিক ৰোগ]]।
== কাৰণ ==
ৰোগ প্ৰধানকৈ চাৰি প্ৰকাৰৰ: [[বীজানুজনিত ৰোগ]], [[অভাৱজনিত ৰোগ]], [[বংশগত ৰোগ]], আৰু [[মানসিক ৰোগ]]।
 
==লগতে চাওক==
*[[স্বাস্থ্য]]
1,807

টা সম্পাদনা