ক'ৰডাটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

76 নং শাৰী:
 
হেমিক'ৰডেটৰ দুটা জীৱিত গোট আছে:
 
*অকলশৰীয়াকৈ থকা '''এণ্টাৰ'নাষ্ট''', যাক সাধাৰণতে "এক্ৰন ৱৰ্ম" বুলি কোৱা হয়। ইহঁতৰ দীঘল প্ৰ'বছছিছ (proboscis) থাকে আৰু প্ৰায় ২০০ লৈকে ব্ৰেংকিয়েল স্লীট থাকে আৰু দেহটো প্ৰায় ২.৫ ফুট পৰ্যন্ত দীঘল হয়। ইহঁত সাগৰ তলীত গাঁত খান্দি বাস কৰে।
*টেৰ'ব্ৰাঞ্চ (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।<ref>{{cite web|url=http://www.ucmp.berkeley.edu/chordata/hemichordata.html|accessdate=2008-09-22|title=Introduction to the Hemichordata|publisher=University of California Museum of Paleontology}}</ref>
 
*'''টেৰ'ব্ৰাঞ্চ''' (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।<ref>{{cite web|url=http://www.ucmp.berkeley.edu/chordata/hemichordata.html|accessdate=2008-09-22|title=Introduction to the Hemichordata|publisher=University of California Museum of Paleontology}}</ref>
 
===কণ্টকচৰ্মী===
"https://as.wikipedia.org/wiki/ক%27ৰডাটা"ৰ পৰা অনা হৈছে