ক'ৰডাটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

84 নং শাৰী:
[[File:Red-knobbed.starfish.arp.jpg|thumb|203x203px|এটা ৰঙা নব ছী ষ্টাৰ, ''Protoreaster linckii'', এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ।|right]]
 
পৃষ্ঠদণ্ডী আৰু সিহঁতৰ সম্বন্ধীয় সমূহৰ সৈতে কণ্টকচৰ্মীৰ তিনি প্ৰকাৰৰ পাৰ্থক্য আছে: ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ। ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)। ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত।
*ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ।
*ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)।
*ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত।
বেছিভাগ কণ্টকচৰ্মী সাগৰৰ শিলত লাগি থাকে, কিছুমানে অতি ধীৰ গতিৰে চলাচল কৰে আৰু তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ আদিৰ দৰে কিছুমানৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয় আৰু চলাচল কৰিব পাৰে।<ref name="CowenHistLifeEd3P412">{{cite book
| author=Cowen, R. | title=History of Life | year=2000 | page=412
| publisher=Blackwell Science | edition=3rd | isbn=978-0-632-04444-3
}}</ref>
 
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ক%27ৰডাটা"ৰ পৰা অনা হৈছে