গোলকীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী:
'''গোলকীকৰণ''' বা '''বিশ্বায়ন''' ({{Lang-en| Globalization}}) বিংশ শতিকাৰ শেষভাগত উদ্ভূত এক আন্তঃৰাষ্ট্ৰীয় অৱস্থা য'ত পৃথিৱীৰ বিনিয়োগ, কৰ্মসংস্থান, উৎপাদন তথা বিপণন ব্যৱস্থা এখন দেশ বা অঞ্চলৰ চাৰিসীমা পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত পৰিব্যাপ্তি লাভ কৰিছে। গোলকীকৰণ হৈছে বিশ্বব্যাপী চৰকাৰসমূহৰ, সংস্থাসমূহৰ, আৰু মানুহৰ মাজত যোগাযোগ আৰু একত্ৰিকৰণ প্ৰক্ৰিয়া। এক জটিল আৰু বহুমুখী ঘটনা হিচাপে, গোলকীকৰণক কিছুমানে পুঁজিবাদী সম্প্ৰসাৰণৰ ৰূপ হিচাপে বিবেচনা কৰে যি স্থানীয় তথা ৰাষ্ট্ৰীয় অৰ্থনীতিক বিশ্বজোৰা, অনিয়ন্ত্ৰিত বজাৰৰ অৰ্থনীতিৰ লগত একেলগ কৰে।<ref>Guttal, S. (2007). Globalisation. Development in Practice, 17(4/5), 523-531/www.jstor.org/stable/25548249</ref> পৰিবহন আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশৰ ফলত গোলকীকৰণো বৃদ্ধি পাইছে। ক্ৰমবৰ্ধমান বিশ্বজোৰা ভাব-বিনিময়ৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, ধাৰণা আৰু সংস্কৃতিৰো বিকাশ ঘটিছে। গোলকীকৰণ হ'ল মূলতঃ সামাজিক আৰু সাংস্কৃতিক দিশবোৰৰ সৈতে সম্পৰ্কিত যোগাযোগ আৰু একত্ৰিকৰণৰ এক অৰ্থনৈতিক প্ৰক্ৰিয়া। দ্বন্দ্ব-বিবাদ আৰু কূটনীতি গোলকীকৰণ আৰু আধুনিক গোলকীকৰণ ইতিহাসৰ এক এক বৃহৎ অংশ।
অৰ্থনৈতিকভাবে, গোলকীকৰণৰ সৈতে অৰ্থনৈতিক সম্পদসমূহ, যেনে: পণ্য, সেৱা, মূলধন, প্ৰযুক্তি আৰু তথ্য জড়িত।<ref name="Albrow">Albrow, Martin and Elizabeth King (eds.) (1990). ''Globalization, Knowledge and Society'' London: Sage. {{ISBN|978-0-8039-8323-6}}</ref><ref name="AlbrowKing1990">{{cite book|first1=Martin |last1=Albrow|first2=Elizabeth |last2=King|title=Globalization, knowledge, and society: readings from International sociology|url={{google books |id=lfe1AAAAIAAJ |plainurl=yes}
যদিও অধিকাংশ পণ্ডিতেই গোলকীকৰণৰ উৎপত্তি আধুনিক সময়ত হৈছে বুলে উল্লেখ কৰিছে; আন কিছুমানে ইয়াক ইউৰোপীয়সকলৰ সামুদ্ৰিক অভিযানৰ যুগৰ, অৰ্থাৎ নতুন পৃথিৱীত অভিযানৰ বহুত আগেতেই ইয়াৰ উৎপত্তি ইতিহাসৰ সন্ধান কৰিছে, কিছুৱে আকৌ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতে ইয়াৰ উৎপত্তিৰ কথা কৈছে।<ref name="GL-H-09">Frank, Andre Gunder. (1998). ''ReOrient: Global economy in the Asian age.'' Berkeley: University of California Press. {{ISBN|978-0-520-21474-3}}</ref><ref name="GL-H-10">{{cite web |title=Globalization and Global History |page=127 |url=http://58.192.114.227/humanities/sociology/htmledit/uploadfile/system/20110522/20110522005012939.pdf |accessdate=3 July 2012 }}{{dead link|date=August 2017 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> ব্যাপক মাত্ৰাত গোলকীকৰণ আৰম্ভ হৈছিল ১৮২০-ৰ দশকত।<ref>{{Cite journal|last=H.|first=O'Rourke, Kevin|last2=G.|first2=Williamson, Jeffrey|date=1 April 2002|title=When did globalisation begin?|journal=European Review of Economic History|language=en|volume=6|issue=1|doi=10.1017/S1361491602000023|issn=1361-4916|pages=23–50}}</ref> ১৯ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিত বিশ্বৰ অৰ্থনীতি আৰু সংস্কৃতিৰ যোগসূত্ৰ খুবেই দ্ৰুততাৰে বৃদ্ধি পায়। ''গোলকীকৰণ'' বা ''globalization'' পৰিভাষাটো সাম্প্ৰতিক, ১৯৭০-ৰ দশকৰ পৰা ইয়াক বৰ্তমানৰ অৰ্থত ব্যৱহাৰ আৰম্ভ কৰা হয়।<ref name="tandfonline.com">{{Cite journal|last2=Steger|first2=Manfred B.|author-link2=Manfred Steger|year=2014|title=A Genealogy of globalization: The career of a concept|url=http://www.tandfonline.com/toc/rglo20/11/4|journal=Globalizations|volume=11|issue=4|pages=417–34|doi=10.1080/14747731.2014.951186|pmid=|access-date=|via=|last1=James|first1=Paul}}</ref>
|