মতিলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা মতিলাল নেহেৰুৰ পৰা মতিলাল নেহৰু SlowPhotonলৈ স্থানান্তৰ কৰা হ’ল
No edit summary
3 নং শাৰী:
| honorific-suffix =
| image= Motilal nehru.jpg
| office = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] সভাপতি
| office = [[কংগ্ৰেছ অধ্যক্ষ]]
| leader =
| term_start = ১৯১৯
9 নং শাৰী:
| predecessor = [[চৈয়দ হাছান ইমাম]]
| successor = [[লালা ৰাজপত ৰায়]]
| office2 = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] সভাপতি
| office2 = [[কংগ্ৰেছ অধ্যক্ষ]]
| term_start2 = ১৯২৮
| term_end2 = ১৯২৯
| leader2 =
| predecessor2 = [[মুখটাৰ আহমেদ আনছাৰি]]
| successor2 = [[জৱাহৰলাল নেহেৰুনেহৰু]]
| parents = [[গংগাধৰ নেহেৰুনেহৰু]] আৰু জীৱৰাণী
| birth_date = {{Birth date|df=yes|1861|05|066}}
| birth_place =[[আগ্ৰা]],<ref name="congressbio">{{citation | title=Past Presidents- Pandit Motilal Nehru | url=http://www.congress.org.in/new/past-president-detail.php?id=29}}</ref> [[British India]]
| death_date = {{BdageDeath date and age|1931|02|6|1861|05|06|1931|02|066|df=yes}}
| death_place = [[লক্ষ্ণৌ]], ব্ৰিটিছ ভাৰত
| nationality = ভাৰতীয়
24 নং শাৰী:
| party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ|ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|relations =
| children = [[জৱাহৰলাল নেহেৰুনেহৰু]]<br>[[বিজয়লক্ষ্মী পণ্ডিত]]<br>[[কৃষ্ণা]]
| residence =
| alma_mater = [[কেম্ব্ৰিজ বিশ্ববিদ্যালয়]]
| occupation = বেৰিষ্টাৰ<br>ৰাজনীতিবিদ
| profession =
| religion = [[হিন্দু]]
| signature =
| website =
| footnotes =
}}
'''মতিলাল নেহেৰুনেহৰু''' (জন্ম:{{Lang-en|Motilal Nehru}}; ৬ মে' ১৮৬১ – মৃত্যু: ৬ ফেব্ৰুৱাৰী ১৯৩১) আছিল [[এলাহাবাদ]]ৰ এজন বিখ্যাত উকীল। তেখেত [[ভাৰত]]ৰ প্ৰথম প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ পিতৃ আছিল। তেঁও ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।
 
১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ সম্পূৰ্ণ দুবছৰ তেঁও কংগ্ৰেছৰ[[ভাৰতীয় ৰাষ্ট্ৰীয়জাতীয় অধ্যক্ষকংগ্ৰেছ]] সভাপতি আছিল।
'''মতিলাল নেহেৰু''' (জন্ম: ৬ মে ১৮৬১ – মৃত্যু: ৬ ফেব্ৰুৱাৰী ১৯৩১)আছিল [[এলাহাবাদ]]ৰ এজন বিখ্যাত উকীল। তেখেত [[ভাৰত]]ৰ প্ৰথম প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ পিতৃ আছিল। তেঁও ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰাৰম্ভিক কাৰ্যকৰ্তাসমূহৰ ভিতৰত এজন আছিল।
 
১৯২৮ চনৰ পৰা ১৯২৯ চনলৈ সম্পূৰ্ণ দুবছৰ তেঁও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল।
 
== জীৱনী ==
মতিলাল নেহৰুৰ জন্ম আগ্ৰাত হৈছিল। তেঁওৰ পিতৃৰ নাম আছিল গংগাধৰ নেহৰু। পাশ্চাত্যত শিক্ষা লাভ কৰা গুণী-মানী ভাৰতীয় সকলৰ ভিতৰত তেখেতো আছিল। তেখেতে এলাহাবাদৰ মুইৰ কেন্দ্ৰীয় মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বি.এ.ৰ অন্তিম পৰীক্ষা দিব নোৱাৰিলে। পাছলৈ তেখেতে কেম্ব্ৰীজৰ পৰা "বাৰ এট্ ল" উপাধি গ্ৰহণ কৰে আৰু ইংৰাজী ন্যায়ালয়সমূহত উকীল হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
 
মতিলাল নেহৰুৰ পত্নীৰ নাম আছিল স্বৰুপ ৰাণী। [[জৱাহৰলাল নেহৰু]] তেখেতৰ একমাত্ৰ পুত্ৰ আছিল। তেখেতৰ দুজনী জীয়ৰীও আছিল। ডাঙৰজনীৰ নাম আছিল বিজয়লক্ষ্মী যি আগলৈ [[বিজয়লক্ষ্মী পণ্ডিত]] নামেৰে বিখ্যাত হয় আৰু সৰুজনীৰ নাম আছিল কৃষ্ণা যি পাছলৈ কৃষ্ণা হঠীসিং নামেৰে পৰিচিত হয়। 
 
কিন্তু আগলৈ গৈ তেখেতে নিজৰ ওকালতি বাদ দি [[ভাৰত]]ৰ স্বাধীনতা আন্দোলনৰ কাৰ্যত মনোনিৱেশ কৰে। ১৯২৩ চনত তেখেতে [[দেশবন্ধু [[চিত্তৰঞ্জন দাস]]ৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰি নিজে [[স্বৰাজ দল]]ৰ স্থাপনা কৰিছিল। ১৯২৮ চনত [[কলকাতা|কলকাতাত]] অনুস্থিত কংগ্ৰেছ অধিৱেশনত অধ্যক্ষৰূপেসভাপতিৰূপে নিৰ্বাচিত হৈছিল। ১৮২৮ চনত কংগ্ৰেছৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধান আয়োগৰ অধ্যক্ষএওসভাপতিএও হৈছিল তেখেত। এই আয়োগেই নেহৰু ৰিপোৰ্ট প্ৰকাশ কৰিছিল।
 
মতিলাল নেহৰুৱে এলাহাবাদত এটা বিলাসী গৃহ নিৰ্মাণ কৰিছিল যাৰ নাম '''''আনন্দ ভৱন ''' ''ৰাখিছিল। ইয়াৰ পাছত তেখেতে নিজৰ পুৰণি ঘৰ '''''স্বৰাজ ভৱন '''''কংগ্ৰেছ দলক প্ৰদান কৰিছিল।
 
== মৃত্যু ==
Line 54 ⟶ 52:
{{Reflist}}
 
{{Indian National Congress}}
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]]
[[শ্ৰেণী:মৃত ব্যক্তি]]