কৃত্ৰিম বুদ্ধিমত্তা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Removing Medeia_and_Talus.png, it has been deleted from Commons by Taivo because: Copyright violation; see c:Commons:Licensing (F1): [[:c:Commons:Deletion requests/Illustrations by
6 নং শাৰী:
 
==ইতিহাস==
 
[[File:Medeia and Talus.png|thumb|right|300px|কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ''টালুচ'' নামৰ এটি পৌৰাণিক স্বয়ংসম্পূৰ্ণ চৰিত্ৰ]]
চিন্তাশক্তিসম্পন্ন কৃত্ৰিম জীৱ পুৰণি সাধুকথা,কল্প-কাহিনীত দেখিবলৈ পোৱা গৈছিল। মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন অথবা কাৰেল কাপেকৰ আৰ.ইউ.আৰ (R.U.R.- Rossum's Universal Robots)ত এইবোৰৰ আৰ্বিভাৱ হৈছিল৷ সেই চৰিত্ৰবোৰৰ কথা আৰু সিহঁতৰ কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে।<ref>http://www.pamelamc.com/html/machines_who_think.html</ref>