আচৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
'''আচৰণ''' বা '''আচাৰ''' বা '''ব্যৱহাৰ''' ({{Lang-en|Behaviour}}) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা [[কৃত্ৰিম বুদ্ধিমত্তা]]চালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয় ৷ লয়।<ref>{{Cite journal |url=https://www.researchgate.net/publication/327864214 |doi=10.21315/kajh2018.25.2.5|title=Spatial Behaviour Modelling of Unauthorised Housing in Colombo, Sri Lanka|journal=Kemanusiaan the Asian Journal of Humanities|volume=25|issue=2|pages=91–107|year=2018|last1=Hemakumara|first1=Gpts|last2=Rainis|first2=Ruslan}}</ref> আচৰণ হৈছে
কোনো এটা প্ৰণালী অথবা জীৱই বিভিন্ন বাহ্যিক অথবা আভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূৰ্বক আদি উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্ৰিক সঁহাৰি ৷ সঁহাৰি।<ref>{{cite book|author=Elizabeth A. Minton, Lynn R. Khale|title=Belief Systems, Religion, and Behavioral Economics|year=2014|location=New York|publisher=Business Expert Press LLC|isbn=978-1-60649-704-3}}</ref>
 
==আৰ্হি==
===='''জীৱবিদ্যা'''====
জীৱবিদ্যাত আচৰণ সম্বন্ধীয় সংজ্ঞা এটা সঠিক নিৰূপণ আজিও বিনাদ্বিধাই দিব পৰা হোৱা নাই ৷নাই। অৱশ্যে বৈজ্ঞানিক ৰচনাৰ এটা বিশেষ মেটা-বিশ্লেষণৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা এক ব্যাখ্যা অনুযায়ী-''"আচৰণ হৈছে আভ্যন্তৰীণ অথবা বাহ্যিক উদ্দীপকৰ প্ৰতি সমূহ জীৱন্ত প্ৰাণীৰ (ব্যক্তি অথবা গোট) এক নিজস্ব সমন্বিত সঁহাৰি (ক্ৰিয়াশীল অথবা ক্ৰিয়াবিহীন)৷"''<ref>{{cite journal|last=Levitis|first=Daniel |author2=William Z. Lidicker, Jr |author3=Glenn Freund|title=Behavioural biologists do not agree on what constitutes behaviour|journal=Animal Behaviour|date=June 2009|volume=78|pages=103–10|doi=10.1016/j.anbehav.2009.03.018 |url=http://academic.reed.edu/biology/courses/bio342/2010_syllabus/2010_readings/levitis_etal_2009.pdf|pmc=2760923 |pmid=20160973}}</ref>
 
উদ্ভিদ বা অন্যান্য জীৱৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ অলপ বহল অৰ্থত নিৰ্ণয় কৰিব পৰা আচৰণৰ সংজ্ঞাটো "ফেন'টাইপিক প্লাষ্টিছিটী"ৰ ধাৰণাৰ লগত সাদৃশ্য আছে ৷আছে। এই ধাৰণাটোৰ মতে, '' "আচৰণ হৈছে এক জীৱনকালত কোনো ব্যক্তিবিশেষে কোনো এটা ঘটনা অথবা পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰতি দেখুউৱা সঁহাৰি, যাৰ লগত সঘনে দেখিবলৈ পোৱা দেহতত্ত্বগত আৰু জৈৱৰসায়নিক পৰিৱৰ্তনবোৰৰ মাজত পাৰ্থক্য আছে আৰু য'ত বিকাশৰ ফলস্বৰূপে দেখা দিয়া পৰিৱৰ্তনবোৰ বিবেচনা কৰা নহয়৷" '' <ref>Karban, R. (2008). Plant behaviour and communication. ''Ecology Letters'' 11 (7): 727–739, [http://169.237.77.3/news/PlantBehavior.pdf] {{Webarchive|url=https://web.archive.org/web/20151004074635/http://169.237.77.3/news/PlantBehavior.pdf |date=4 October 2015 }}.</ref><ref>Karban, R. (2015). Plant Behavior and Communication. In: ''Plant Sensing and Communication''. Chicago and London: The University of Chicago Press, pp. 1-8, [https://books.google.com/books?id=8HOeCQAAQBAJ].</ref>
 
===='''মানৱীয় আচৰণ'''====
ভবা হয় যে মানৱীয় আচৰণ স্নায়ু-তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত ৷প্ৰভাৱান্বিত। বহুপ্ৰচলিত বিশ্বাস যে জীৱ এটাৰ আচৰণত দেখা দিয়া জটিলতাৰ লগত তাৰ স্নায়ুতন্ত্ৰৰ জটিলতাৰ পাৰস্পৰিক সম্পৰ্ক আছে ৷আছে। তাতোকৈ জটিল স্নায়ুতন্ত্ৰ থকা প্ৰাণীয়ে নতুন নতুন সঁহাৰি শিকা আৰু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আচৰণ খাপ খোৱাই লোৱাত অধিক সামৰ্থ অৰ্জন কৰে ৷কৰে।<ref>{{Cite book|title=Book of Alan: A Universal Order|last=Gregory|first=Alan|publisher=|year=2015|isbn=978-1-5144-2053-9|location=|pages=|quote=|via=}}</ref>
 
===='''জীৱ-জন্তুৰ আচৰণ'''====
চৰিত্ৰ-গঠন বিজ্ঞান হৈছে জীৱ-জন্তুৰ আচৰণৰ এক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ অধ্যয়ন ৷অধ্যয়ন। য'ত প্ৰাকৃতিক পৰিস্থিতিত দেখুউৱা আচৰণৰ ওপৰত আলোকপাত কৰা হয় ৷হয়। আৰু আচৰণক এক বিৱৰ্তনীয় অভিযোজিত চৰিত্ৰ হিচাপে লক্ষ্য কৰা হয় ৷ হয়।<ref>{{cite dictionary |title= Definition of ethology |url= http://www.merriam-webster.com/dictionary/ethology |dictionary= Merriam-Webster |accessdate= 9 September 2016}}</ref> আচৰণবাদৰ পৰিভাষাই জীৱ-জন্তুৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ অধ্যয়ন আগবঢ়ায় য'ত বিৱৰ্তনীয় অভিযোজকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাকৈয়ে গৱেষণালব্ধ অনুষংগত প্ৰশিক্ষিত আচৰণগত সঁহাৰি অথবা উদ্দীপকৰ প্ৰতি দেখুউৱা পৰিমিত সঁহাৰিক নিৰ্দেশিত কৰা হয়৷ <ref>{{cite dictionary |title= Definition of behaviorism |url= http://www.merriam-webster.com/dictionary/behaviorism |dictionary= Merriam-Webster |accessdate= 9 September 2016}}<br />{{cite web |url= http://www.oxforddictionaries.com/definition/english/behaviourism |title= Behaviourism |publisher= Oxford Dictionaries |accessdate= 9 September 2016}}</ref>
 
===='''মানৱীয় আচৰণ'''====
ভবা হয় যে মানৱীয় আচৰণ স্নায়ু-তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত ৷ বহুপ্ৰচলিত বিশ্বাস যে জীৱ এটাৰ আচৰণত দেখা দিয়া জটিলতাৰ লগত তাৰ স্নায়ুতন্ত্ৰৰ জটিলতাৰ পাৰস্পৰিক সম্পৰ্ক আছে ৷ তাতোকৈ জটিল স্নায়ুতন্ত্ৰ থকা প্ৰাণীয়ে নতুন নতুন সঁহাৰি শিকা আৰু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আচৰণ খাপ খোৱাই লোৱাত অধিক সামৰ্থ অৰ্জন কৰে ৷<ref>{{Cite book|title=Book of Alan: A Universal Order|last=Gregory|first=Alan|publisher=|year=2015|isbn=978-1-5144-2053-9|location=|pages=|quote=|via=}}</ref>
===='''জীৱ-জন্তুৰ আচৰণ'''====
চৰিত্ৰ-গঠন বিজ্ঞান হৈছে জীৱ-জন্তুৰ আচৰণৰ এক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ অধ্যয়ন ৷ য'ত প্ৰাকৃতিক পৰিস্থিতিত দেখুউৱা আচৰণৰ ওপৰত আলোকপাত কৰা হয় ৷ আৰু আচৰণক এক বিৱৰ্তনীয় অভিযোজিত চৰিত্ৰ হিচাপে লক্ষ্য কৰা হয় ৷ <ref>{{cite dictionary |title= Definition of ethology |url= http://www.merriam-webster.com/dictionary/ethology |dictionary= Merriam-Webster |accessdate= 9 September 2016}}</ref> আচৰণবাদৰ পৰিভাষাই জীৱ-জন্তুৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ অধ্যয়ন আগবঢ়ায় য'ত বিৱৰ্তনীয় অভিযোজকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাকৈয়ে গৱেষণালব্ধ অনুষংগত প্ৰশিক্ষিত আচৰণগত সঁহাৰি অথবা উদ্দীপকৰ প্ৰতি দেখুউৱা পৰিমিত সঁহাৰিক নিৰ্দেশিত কৰা হয়৷ <ref>{{cite dictionary |title= Definition of behaviorism |url= http://www.merriam-webster.com/dictionary/behaviorism |dictionary= Merriam-Webster |accessdate= 9 September 2016}}<br />{{cite web |url= http://www.oxforddictionaries.com/definition/english/behaviourism |title= Behaviourism |publisher= Oxford Dictionaries |accessdate= 9 September 2016}}</ref>
==উপভোক্তাৰ আচৰণ==
[[উপভোক্তাৰ আচৰণ|উপভোক্তাৰ আচৰণে]]-এ এটা বস্তু অথবা সেৱাৰ প্ৰতি উপভোক্তাসকলে দেখুউৱা সঁহাৰি আৰু পৰ্যায়বোৰক বুজায়; <ref>{{Cite journal|last=Dowhan|first=David|date=June 1, 2013|title=Hitting Your Target|url=http://web.b.ebscohost.com/ehost/pdfviewer/pdfviewer?sid=f98b06cd-8924-4f6d-89f8-245bde9615f8%40sessionmgr198&vid=2&hid=124|journal=Marketing Insights|doi=|pmid=|access-date=2016-03-30}}{{Dead link|date=September 2018 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> (ডাউহান, ২০১৩)৷ ই ব্যৱহাৰ অথবা উপভোগৰ লগত জড়িত; আৰু পণ্য-দ্ৰব্য তথা সেৱাসমূহ ক্ৰয় অথবা উপভোগ কৰিবলৈ যাওঁতে উপভোক্তাই অতিক্ৰম কৰিবলগীয়া হোৱা পৰ্যায়কেইটাক ই চিহ্নিত কৰে,<ref name=":0">{{Cite journal|last=Szwacka-Mokrzycka|first=Joanna|date=2015|title=TRENDS IN CONSUMER BEHAVIOUR CHANGES. OVERVIEW OF CONCEPTS.|url=http://web.a.ebscohost.com/ehost/detail/detail?sid=83b2b7c5-d287-4702-8baf-b8b9d6665410%40sessionmgr4004&vid=0&hid=4112&bdata=JnNpdGU9ZWhvc3QtbGl2ZSZzY29wZT1zaXRl&preview=false#AN=112782281&db=bth|journal=Acta Scientiarum Polonorum. Oeconomia|doi=|pmid=|access-date=2016-03-30}}{{Dead link|date=September 2018 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> (ৱাকা-ঝাইকা, ২০১৫)৷
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:মনোবিজ্ঞান]]
[[শ্ৰেণী:মানৱ আচৰণ|*]]
"https://as.wikipedia.org/wiki/আচৰণ"ৰ পৰা অনা হৈছে