বগা বাবাৰ মাজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
5 নং শাৰী:
 
==কিংবদন্তি==
চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি [[ৰাজস্থান]]ৰ আজমেৰৰ পৰা অসমলৈ ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ বাবে আহিছিল।<ref name= "AMU"/> প্ৰথমে তেওঁ চুফীবাদৰকিছুকাল চিষ্টিয়া[[উত্তৰ ঠালৰপ্ৰদেশ]]ত সন্ত আছিল। কিংবদন্তি অনুসৰি ওখ-পাখআছিল আৰু সুন্দৰপিছলৈ শুভ্ৰ অৱয়বৰ চৈয়দ ৰশ্বন আলি চিষ্টি বগা ঘোঁৰাত উঠি ঊণৰ চোলা পিন্ধি আজমেৰৰ পৰাতেওঁ অসমলৈ আহিছিল। তাৰপিছতআহে। তেওঁ অসমতচুফীবাদৰ উপস্থিতচিষ্টিয়া হৈঠালৰ [[ডিব্ৰুগড়]]সন্ত চহৰৰ ৰে'ল ষ্টেচনৰ কাষৰ জুপুৰি এটাত বাস কৰিছিল।আছিল।<ref name= ="AMUBBM"/>{{cite কথিতbook আছে| যেtitle=সমন্বয় তেওঁৰআলোচনী, মৃত্যুৰ| পিছতpublisher=বগা তেওঁৰ দেহ পৰুৱায়ে আৱৰি ধৰিছিল। পিছলৈ তেওঁৰ কবৰকবাবাৰ মাজাৰ| হিচাপে গঢ় দিয়া হয়। কিছুমানৰ মতে বগা বাবা মাজাৰৰ বাবেই ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় চহৰক বুৰাইauthor=আহমেদ, পেলাবকে নোৱাৰে।জামাল
| year=অক্টোবৰ, ২০০০ | location=ডিব্ৰুগড়| pages=২০}}</ref> কিংবদন্তি অনুসৰি ওখ-পাখ আৰু সুন্দৰ শুভ্ৰ অৱয়বৰ চৈয়দ ৰশ্বন আলি চিষ্টি বগা ঘোঁৰাত উঠি ঊণৰ চোলা পিন্ধি আজমেৰৰ পৰা বিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমলৈ আহিছিল। তাৰপিছত তেওঁ অসমত উপস্থিত হৈ [[ডিব্ৰুগড়]] চহৰৰ ৰে'ল ষ্টেচনৰ কাষৰ জুপুৰি এটাত বাস কৰিছিল।<ref name= "AMU"/> কথিত আছে যে তেওঁৰ এটি মাত্ৰ সৰু খাদ্য ৰন্ধা পাত্ৰ আছিল। তাতে তেওঁ নিজৰ খাদ্য ৰান্ধিছিল আৰু তেওঁক দেখা কৰিবলৈ অহা সকলোকে এই পাত্ৰৰ পৰা খাদ্য ভগাই দিছিল। এই অস্বাভাৱিক ঘটনা শুনি সকলো ধৰ্মৰ মানুহে তেওঁৰ বাণী শুনিবলৈ আহিছিল। বিংশ শতিকাৰ ষাঠিৰ দশকত তেওঁৰ মৃত্যু হয়।<ref name ="BBM"/> মৃত্যুৰ পিছত তেওঁৰ দেহ পৰুৱায়ে আৱৰি ধৰিছিল বুলিও বিশ্বাস কৰা হয়। তাৰপিছত তেওঁক তেওঁৰ জুপুৰিটোতে কবৰ দিয়া হৈছিল। পিছলৈ তেওঁৰ কবৰক মাজাৰ হিচাপে গঢ় দিয়া হয়।<ref name ="BBM"/> কিছুমানৰ মতে বগা বাবা মাজাৰৰ বাবেই ব্ৰহ্মপুত্ৰ নদীয়ে ডিব্ৰুগড় চহৰক বুৰাই পেলাব নোৱাৰে।
 
==নামৰ উৎপত্তি==