ভীমবৰ দেউৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
ভীমবৰ দেউৰী(১৯০৩-১৯৪৭) এগৰাকী জননেতা আৰু উকীলউকীল।
==জন্ম==
ভীমবৰ দেউৰীৰ জন্ম হয় ১৯০৩ চনৰ ১৬ মে’ত [[শিৱসাগৰ]] জিলাৰ [[পানীদিহিং]] অঞ্চলৰ বৰগাঁৱত ৷বৰগাঁৱত। তেখেতৰ পিতৃৰৰ নাম আছিল গদাৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজং দেউৰীদেউৰী।
 
==শিক্ষাজীৱন==
তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰে ১৯০৮ চনতচনত। ৷সৰুৰেসৰুৰে পৰাই পঢ়াশুনাত মেধাৱী হোৱা হেতুকে ১৯১৩ চনত ভীমবৰ দেউৰীয়ে [[শিৱসাগৰ মহকুমা]]ৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল৷পিছলৈকৰিছিল। পিছলৈ শিৱসাগৰ এম.ভি স্কুলৰ পৰা মাহে চাৰি টকীয়া জলপানি লাভ কৰি কৃতিত্বৰে পাছ কৰেকৰে।
১৯২৫ ত তেখেতে [[কটন কলেজ]]ত নামভৰ্ত্তি কৰিছিল৷১৯২৫তকৰিছিল। ১৯২৫ত দিয়া এনট্ৰেন্স পৰীক্ষাত তেওঁ পাঁচটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ১৫টকাৰ এটি বৃত্তিও লাভ কৰিছিলকৰিছিল। ৷১৯২৭ত১৯২৭ত তেওঁ আই এ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দৰ্শনত অনাৰ্ছ লৈ [[কটন কলেজ]]ত বি.এ পঢ়িবৰ বাবে নামভৰ্ত্তি কৰে৷পিছলৈকৰে। পিছলৈ বি.এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এম.এ পাঠ্যক্ৰমৰ বাবে কলকাতাৰ [[প্ৰেছিডেন্সি কলেজ]]ত নামভৰ্ত্তি কৰিছিল যদিও আৰ্থিক সমস্যা আৰু স্বাধীনতা আন্দোলনৰ উত্তপ্ত পৰিস্থিতিৰ বাবে এম.এ পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে৷সেইনোৱাৰিলে। সেই একে সময়তে তেওঁ আইন কলেজতো নামভৰ্ত্তি কৰিছিল আৰু ১৯৩১ চনত বি.এল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷হয়।
==কৰ্মজীৱন==
তেখেতে [[ডিব্ৰগড়ডিব্ৰুগড়]] আদালতত ওকালতি জীৱন আৰম্ভ কৰিছিল৷কৰিছিল।
==সমাজসেৱা==
নিজৰ ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে বিভিন্ন জনহিতকৰমূলক কামো কৰি গৈছিল৷তেখেতেগৈছিল। তেখেতে উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠী ([[বড়ো জনগোষ্ঠী|বড়ো]], [[মিচিং জনগোষ্ঠী|মিচিং]], [[ৰাভা জনগোষ্ঠী|ৰাভা]], [[তিৱা জনগোষ্ঠী|তিৱা]], [[দেউৰী জনগোষ্ঠী|দেউৰী]], [[কাৰ্বি জনগোষ্ঠী|কাৰ্বি]], [[মৰাণ জনগোষ্ঠী|মৰাণ]], [[মটক জনগোষ্ঠী|মটক]], [[সোণোৱাল কছাৰী]] আদি) বোৰক একত্ৰিত কৰি সকলোৰে উন্নতিৰ ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব৷সেইপাব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ ১৯৩৩ৰ ১৭ এপ্ৰিলত [[নগাঁও]] জিলাৰ [[ৰহা]]ত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে৷এইকৰে। এই সন্মিলনক ইতিহাসত “[[Assam Backward plains Tribal League]]” (ইয়াক চমুকৈ Tribal league নামেৰেও জনা যায়৷যায়। )নামেৰে জনা যায়৷অসমৰযায়। অসমৰ ভূমি-পুত্ৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য৷এইউদ্দেশ্য। এই লীগৰ সাধাৰণ সম্পাদকৰুপে ভীমবৰ দেউৰীয়ে একেৰাহে ১৩ বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰিছিল৷এইকৰিছিল। এই লীগৰ তাগিদাৰ প্ৰতি সহাঁৰি জনায়েই ভাৰত চৰকাৰে অসম বিধানসভাৰ ১০৮ খন আসনৰ ৫ খন আসন জনজাতিসকলৰ বাবে সংৰক্ষৰণৰ ব্যৱস্থা কৰে৷কৰে।
১৯৪৬ চনত তেখেতে[[ গোপীনাথ বৰদলৈ]]ৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰুপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷কৰিছিল।
==বৈবাহিক জীৱন==
ভীমবৰ দেউৰীয়ে প্ৰথিতযশা বড়ো সাহিত্যিক [[ৰুপনাথৰূপনাথ ব্ৰহ্ম]]ৰ জীয়ৰী [[কমলাৱতী বহ্ম]]ক বিবাহ কৰাইছিল৷কৰাইছিল।
==মৃত্যু==
১৯৪৬ ৰ [[গোপীনাথ বৰদলৈ]]ৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ থাকোতেই ভীমবৰ দেউৰী [[যক্ষ্মা]] ৰোগত আক্ৰান্ত হয়হয়। ৷পিছলৈপিছলৈ তেওঁ মন্ত্ৰীসভাৰ মন্ত্ৰীপদৰ পৰা ইস্তফা দি চিকিৎসাৰ বাবে [[মাদ্ৰাজ]]ৰ আৰোগ্যভৰম ছেনিটোৰিয়াম চিকিৎসালয়ত ভৰ্ত্তি হয়৷এইহয়। এই চিকিৎসালয়তেই ১৯৪৭ চনৰ ৩০ নৱেম্বৰ দেওবাৰে ভীমবৰ দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰেকৰে।
 
==তথ্য সংগ্ৰহ==
*অগ্ৰদুত, ২ডিচেম্বৰ২ ডিচেম্বৰ,২০১২
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]