বিশ্বকাপ ক্ৰিকেট ২০২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
|Website = }}
'''বিশ্বকাপ ক্ৰিকেট ২০২৩''' হৈছে ২০২৩ চনত [[ভাৰত জাতীয় ক্ৰিকেট দল|ভাৰত]]ত আয়োজিত হ'বলগীয়া এক ক্ৰীড়া প্ৰতিযোগিতা।<ref>{{Cite web|url = http://sports.ndtv.com/cricket/news/228030-2023-world-cup-will-be-played-only-in-india-n-srinivasan|title = 2023 World Cup Will be Played Only in India|date = ০৯ জুলাই ২০১৪|accessdate = ১৯ নৱেম্বৰ ২০১৬|website = এনডিটিভি স্পৰ্টছ্|publisher = এনডিটিভি স্পৰ্টছ্|last = শ্ৰীনিৱাসন|first = এন}}</ref> ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত [[আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ|আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে]] এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়।<ref>{{Cite web|url = http://www.icc-cricket.com/news/2013/media-releases/70819/outcomes-from-icc-annual-conference-week-in-london|title = Outcomes from ICC Annual Conference week in London|date = ২৯ জুন ২০১৩|accessdate = ১৯ নৱেম্বৰ ২০১৬|website = আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ|publisher = আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদ|last = |first = }}</ref> ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ বাৰৰ বাবে আয়োজন কৰিব। [[বিশ্বকাপ ক্ৰিকেট ১৯৮৭|১৯৮৭]] ([[পাকিস্তান]]ৰ সৈতে), [[বিশ্বকাপ ক্ৰিকেট ১৯৯৬|১৯৯৬]] (পাকিস্তান আৰু [[শ্ৰীলংকা]]ৰ সৈতে) আৰু [[বিশ্বকাপ ক্ৰিকেট ২০১১|২০১১]] (শ্ৰীলংকা আৰু [[বাংলাদেশ]]ৰ সৈতে) চনত যুটীয়াভাৱে তিনিবাৰ বিশ্বকাপ ক্ৰিকেট আয়োজন কৰাৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে এককভাৱে এই প্ৰতিযোগিতা অুনষ্ঠিত কৰিব।
===Group A===
{{2023 Cricket World Cup Group A}}
 
===Group B===
 
{{2023 Cricket matchWorld summaryCup |Group bg=#eeeB}}
| date = {{anchor|match46}} 9 July 2019
| daynight =
| team1 = {{cr-rt|WIN}}
| team2 = {{cr|SCO}}
| score1 =
| score2 =
| result =
| scorecard =
| venue = [[Wankhede Stadium]], [[Mumbai]]
}}
 
 
==Super Six==