নিউক্লীয় পদাৰ্থবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''নিউক্লীয় পদাৰ্থবিজ্ঞান''' (ইংৰাজী: Nuclear physics) পদাৰ্থবিজ্ঞান|প...
 
No edit summary
1 নং শাৰী:
{{About|পাৰমাণৱিক নিউক্লিয়াছৰ অধ্যয়ন}}
'''নিউক্লীয় পদাৰ্থবিজ্ঞান''' ([[ইংৰাজী]]: Nuclear physics) [[পদাৰ্থবিজ্ঞান|পদাৰ্থবিজ্ঞানৰ]] এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। নিউক্লীয় পদাৰ্থবিজ্ঞান [[পাৰমাণৱিক পদাৰ্থবিজ্ঞান|পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ]] সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত [[পৰমাণু]] আৰু তাৰ [[ইলেকট্ৰন]] সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।
{{Nuclear physics}}
'''নিউক্লীয় পদাৰ্থবিজ্ঞান''' ([[ইংৰাজী]]: Nuclear physics) [[পদাৰ্থবিজ্ঞান|পদাৰ্থবিজ্ঞানৰ]] এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি [[নিউক্লীয় পদাৰ্থ|নিউক্লীয় পদাৰ্থৰ]] অন্য ৰূপসমূহো অধ্যয়ন কৰা হয়।<ref name=nupecc_report>{{cite report
| author = European Science Foundation
| year = 2010
| title = NuPECC Long Range Plan 2010: Perspectives of Nuclear Physics in Europe
| url = http://www.nupecc.org/lrp2010/Documents/lrp2010_final_hires.pdf
| page = 6
| quote = "Nuclear physics is the science of the atomic nucleus and of nuclear matter."
'''নিউক্লীয় পদাৰ্থবিজ্ঞান''' ([[ইংৰাজী]]: Nuclear physics) [[পদাৰ্থবিজ্ঞান|পদাৰ্থবিজ্ঞানৰ]] এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়।}}</ref> নিউক্লীয় পদাৰ্থবিজ্ঞান [[পাৰমাণৱিক পদাৰ্থবিজ্ঞান|পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ]] সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত [[পৰমাণু]] আৰু তাৰ [[ইলেকট্ৰন]] সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।
 
নিউক্লীয় পদাৰ্থবিজ্ঞানৰ আৱিস্কাৰসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, নিউক্লীয় শক্তি, নিউক্লীয় মাৰণাস্ত্ৰ, নিউক্লীয় চিকিৎসা তথা এম আৰ আই (MRI), ঔদ্যোগিক তথা কৃষি সম্বন্ধীয় আইছ'ট'প, পদাৰ্থ অভিযান্ত্ৰিকীত আয়ন সংৰোপন আৰু ভূবিজ্ঞান তথা পুৰাতত্ত্বত ৰেডিঅকাৰ্বন ডেটিং। এই প্ৰয়োগসমূহ নিউক্লীয় অভিযান্ত্ৰিকী ক্ষেত্ৰত অধ্যয়ন কৰা হয়।