বিছমিল্লাহ খান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
23 নং শাৰী:
|title = Rediff Slides on Ustad Bismillah Khan |url=http://specials.rediff.com/news/2006/aug/21sld3.htm
|accessdate=2006-08-21
}}</ref> তেওঁ ১৯৯৬ চনত এছিয় সংগীতানুষ্ঠান '''ৰোস্তম বঁটা''' লাভ কৰিছিল। তেওঁ '''নেপাল একাডেমী''' বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক [[পদ্মশ্ৰপদ্মশ্ৰী]], [[পদ্মভূষণ]] আৰু [[পদ্ম- বিভূষণ]]ৰে সন্মানিত কৰিছিল।<ref name="বিছমিল্লা খান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬৭,১৬৮}}</ref>
 
এইজনা শিল্পীক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান [[ভাৰত ৰত্ন]] উপাধিৰে বিভুষিত কৰে।<ref name=b>{{cite news|url=http://news.bbc.co.uk/2/hi/south_asia/5270968.stm |title=Indian music's soulful maestro|work=[[BBC News]]|date=August 21, 2006 |accessdate=2010-01-01}}</ref> [[এম এছ চুব্বালক্ষ্মী]] আৰু [[ৰবি শংকৰ]]ৰ পিছত ভাৰত ৰত্ন সন্মান লাভ কৰা বিছমিল্লা খান তৃতীয়জন ভাৰতীয় দ্ৰুপদী সংগীতজ্ঞ।<ref name=b />
 
 
 
==জন্ম আৰু পৰিয়াল==