ঝিলী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
expand tag |
||
1 নং শাৰী:
{{
{{Taxobox
| name = Cicada
18 নং শাৰী:
| subdivision = [[Cicadinae]]<br />[[Tibiceninae]]<br />Cicadettinae<br />Tettigadinae<br />See also article text.}}
'''ঝিলী''' এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা(Auchenorrhyncha) উপবৰ্গৰ পতঙ্গ । ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়। জীৱবিজ্ঞানীসকলে প্ৰায় ২,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ ঝিলীৰ বৰ্ণনা কৰি উলিয়াইছে, যদিও আৰু বহুত প্ৰজাতিৰ বৰ্ণনা কৰিবলৈ এতিয়াও বাকী আছে। কোনো কোনোৱে ইংৰাজীত ঝিলীক ভূলকৈ কাকতী ফৰিং (locusts) বুলিও ভূলকৈ কোৱা দেখা যায়। আছলতে এই দুবিধ কীট সম্পূৰ্ণৰূপে ভিন্ন জাতিৰহে।
সাধাৰন অবস্থাত ঝিলীয়ে মানুহক নাকামোৰে নাইবা অন্য একো অনিষ্টও নকৰে কিন্তু কেতিয়াবা ইহতে মানুহৰ দেহৰ হাত ভৰি আদি অংগক কোনো গা-গছ বা গছৰ ডাল আদি বুলি ভুল কৰি খাবলৈ বুলি কামোৰ মাৰাও দেখা যায়। <ref>{{সাঁচ:Cite book|last1 = Milne|first1 = Lorus|last2 = Milne|first2 = Margery|title = The Audubon Society Field Guide to North American Insects and Spiders|location = New York|publisher = Alfred A Knopf|date = 1992|isbn = 0-394-50763-0}}.</ref> ঝিলৰ মুখখনত গছৰ ডাল বিন্ধা কৰি ৰস আহৰণ কৰিব পৰাকৈ এডাল দীঘল শুং থাকে। ই ঠিক মহৰ মুখত থকা শুংডালৰ দৰেই কাম কৰে। ঝিলিয়ে কাচিৎহে মানুহক কামোৰে, কিন্তু কেতিয়াবা কামোৰিলে চাল ফাটি যোৱাৰ ফলত অতিপাত বিষ অনুভৱ হব পাৰে।
Line 28 ⟶ 27:
পৃথিবীৰ বহুঠাইত ঝিলীক মানুহে খাদ্যৰূপে ব্যৱহাৰ কৰে। প্ৰাচীনকালত গ্ৰীছ, আৰু আধুনিক যুগৰ চীনদেশ, মালয়চীয়া, বাৰ্মা, কোংগো অথবা লেটিন আমেৰিকা আদি অঞ্চলত ঝিলীক খাদ্যৰূপে পৰিবেশন কৰা হয় বুলি জনা যায়। <ref name="insecteducation">{{সাঁচ:Cite book|last1 = Milne|first1 = Lorus|last2 = Milne|first2 = Margery|title = The Audubon Society Field Guide to North American Insects and Spiders|location = New York|publisher = Alfred A Knopf|date = 1992|isbn = 0-394-50763-0}}</ref> মতা ঝিলীতকৈ মাইকী ঝিলীক খাদ্যহিচাপে বেছি গুৰুত্ব দিয়া হয়, কিয়নো মাইকী ঝিলী মতাটোতকৈ শকত হয়। <ref name="insecteducation">{{সাঁচ:Cite book|last1 = Milne|first1 = Lorus|last2 = Milne|first2 = Margery|title = The Audubon Society Field Guide to North American Insects and Spiders|location = New York|publisher = Alfred A Knopf|date = 1992|isbn = 0-394-50763-0}}</ref> ঝিলীৰ খোলাটোক চীনদেশীয় পাৰম্পৰিক সিকিৎসাৰ কামতো ব্যবহাৰ কৰা হয়। <ref>Li Shizhen, Bencao Gangmu, Section of Insect. </ref>
== References ==
|