বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎জলবায়ু: বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
112 নং শাৰী:
-->
==ভৌগোলিক অৱস্থিতি আৰু ভূখণ্ড==
নামনি অসমৰ এই জিলাখনৰ মাটিকালি ৩২৪৫ বৰ্গ কিলোমিটাৰ।<ref name='Reference Annual'>{{cite book | last1 = Srivastava, Dayawanti et al. (ed.) | title = India 2010: A Reference Annual | chapter = States and Union Territories: Assam: Government | edition = 54th | publisher = Additional Director General, Publications Division, [[Ministry of Information and Broadcasting (India)]], [[Government of India]] | year = 2010 | location = New Delhi, India | pages = 1116 | isbn = 978-81-230-1617-7}}<!--| accessdate =11 October 2011 --></ref> বৰপেটা জিলাৰ উত্তৰে ভূটান পাহাৰ, পূবে [[নলবাৰী জিলা]],দক্ষিণে [[কামৰূপ জিলা|কামৰূপ]] আৰু [[গোৱালপাৰা জিলা|গোৱালপাৰা]], পশ্চিমে [[বঙাইগাঁও জিলা]]। বৰপেটা জিলাৰ অবস্থিতি হ’ল ২৬ ডিগ্ৰী ০৫ মিনিট উত্তৰ আৰু ২৬ ডিগ্ৰী ৫৯ মিনিট উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯০ ডিগ্ৰী ৩৯ মিনিট পূব আৰু ৯১ ডিগ্ৰী ১৭ মিনিট পূব।
 
সাধাৰণতে নিম্ন সমভূমি আৰু চাপৰ পহাৰ অঞ্চলেৰে বেষ্টিত বৰপেটা জিলা খনৰ দক্ষিণ-পশ্চিম কোণত বিশেষকৈ বাঘবৰ, ফুলোৰা, আৰু চ’তলা অঞ্চল বোৰত পাহাৰ আছে যি পাহাৰৰ দাতিয়েদি বিশাল [[ব্ৰহ্মপুত্ৰ নদী]] বৈ গৈছে।
 
==প্ৰশাসনিক বিভাজন==
===লোকসভা আৰু বিভানসভা সমষ্টি===
===উন্নয়ন খণ্ড===
==উল্লেখনীয় স্থানসমূহ==
 
==জলবায়ু==