বৰপেটা জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
138 নং শাৰী:
 
==উল্লেখনীয় স্থানসমূহ==
*[[বৰপেটা সত্ৰ]]
: [[মাধৱদেৱ|মহাপুৰুষ মাধৱদেৱে]] স্থাপন কৰা<ref>{{cite web|url=http://onlinesivasagar.com/tourism/barpeta-satra.php |title=Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre |publisher=Onlinesivasagar.com |date= |accessdate=2019-04-14}}</ref> এই সত্ৰ বাৰ্ষিক দৌলোৎসৱ বা হোলীৰ বাবে জনাজাত।
*[[হাউলী]]
: হাউলী জিলাখনৰ এক অন্যতম ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰ প্ৰতি বছৰে [[ৰাস মহোৎসৱ]] আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়।<ref name="AT">{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=nov1213/state05 | title=Preparations on for 86th Howly Raas mahotsava | work=The Assam Tribune | date=November 11, 2019 | accessdate=April 14, 2020}}</ref>
*[[বৰপেটা ৰোড]]
: এই ঠাই জিলাখনৰ সৰ্ববৃহৎ বাণিজ্য কেন্দ্ৰ। বৰপেটা ৰোডক পশ্চিম অসমৰ বাণিজ্যিক ৰাজধানী হিচাপে জনা যায়।
*[[সৰভোগ]]
: ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এখন সৰু চহৰ। সৰভোগ উন্নত মানৰ দৈ-গাখীৰ, মাখন বা ক্ৰীম আদিৰ বাবে জনাজাত।<ref name="TT">{{cite news | url=https://www.telegraphindia.com/states/north-east/bihu-feasting-becomes-dearer/cid/1439036 | title=Bihu feasting becomes dearer | work=The Telegraph | date=January 1, 2018 | accessdate=April 14, 2020}}</ref>
*[[বহৰি]]
: মূল চহৰৰ পৰা প্এৰায় ২০ কিঃমিঃ নিলগৰ ই ঠাইখন মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা [[বহৰি সত্ৰ]]ৰ বাবে বিখ্যাত।
*[[সৰ্থেবাৰী]]
: [[অসমৰ কাঁহ-পিতলৰ শিল্প]]ৰ মূল কেন্দ্ৰ।
*[[বেলনা]]
: বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলনা গাওঁ '''পৰিচ্ছন্ন আৰু সেউজ''' হিচাপে চিহ্নিত অসমৰ প্ৰথমখন গাওঁ।<ref name="TS">{{cite news | url=https://www.sentinelassam.com/top-headlines/belona-in-barpeta-becomes-assams-first-clean-green-village/ | title=Belona in Barpeta Becomes Assam’s First ‘Clean & Green’ Village | work=The Sentinel | date=October 11, 2019 | accessdate=April 14, 2020}}</ref>
 
==জলবায়ু==