নিপন গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
34 নং শাৰী:
কালানুক্ৰমিক ভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত [[ফণী শৰ্মা]]ৰদ্বাৰা পৰিচালিত '[[পিয়লি ফুকন]]'। তেখেতৰ পিতৃয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল।<ref name=shivs />
 
'সংগ্ৰাম'ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত '[[ডা:ডক্টৰ বেজবৰুৱা]]' ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ [[আজলী নবৌ]]ৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।<ref name=shivs>{{cite web|url=http://onlinesivasagar.com/movies/nipon-goswami.html |title=Nipon Goswami - Assamese actor film movie cinema assam flimography nippon |publisher=Onlinesivasagar.com |date= |accessdate=2013-02-04}}</ref>
 
===নাটকত অভিনয়===