মাধৱ কন্দলি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নাম
27 নং শাৰী:
 
==জীৱনকাল==
কছাৰী বা বৰাহী ৰজা মহামাণিক্যৰ ৰাজধানীৰ স্থান বা ৰাজত্বৰ সময়ৰ বিষয়ে কোনো ঐতিহাসিক প্ৰমাণ নাই। এই সম্পৰ্কে [[হেমচন্দ্ৰ গোস্বামী]], [[কনকলাল বৰুৱা]], [[বাণীকান্ত কাকতি]], [[বেণুধৰ শৰ্মা]] আদিৰ মত অনুসৰি খৃষ্টীয় চতুৰ্দশ শতিকাৰ মাজভাগত বৰাহী ৰজা মহামাণিক্যই [[নগাঁৱনগাঁও জিলা|নগাঁৱ]]ৰ কপিলী উপত্যকা অঞ্চলত শাসন কৰিছিল<ref name=sarma></ref><ref name=hem>{{cite book | title=অসমীয়া সাহিত্যত দৃষ্টিপাত | publisher=বীণা লাইব্ৰেৰী | author=হেমন্ত কুমাৰ শৰ্মা | year=১৯৯৭ | location=গুৱাহাটী | pages=৬৯,৭০}}</ref> নাইবা উজনিৰ সোণাপুৰত (সম্ভৱতঃ [[শিৱসাগৰ]]ৰ সোণাৰি অঞ্চল) ৰাজধানী পাতিছিল<ref name=sarma></ref>। এইজন ৰজাৰে ৰাজসভাত প্ৰাক্‌-শঙ্কৰী কবি মাধৱ কন্দলিয়ে কাব্য চৰ্চা কৰিছিল। মাধৱ কন্দলিৰ আন এটা নাম "কবিৰাজ কন্দলি", সম্ভৱ তেওঁৰ কবিত্ব শক্তিৰ বাবেই পিছলৈ এই নাম পায়<ref name=hem></ref>।
 
==কাব্যকৃতি==