তেজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

82 নং শাৰী:
 
==ৰক্তদল==
{{Main|ৰক্তদল}}
[[চিত্ৰ:BLOOD.png|thumb|right|150px|ৰক্তদানৰ ক্ৰম]]
খৃঃ ১৯০০-ত ''কাৰ্ল লেণ্ডিয়াৰ'' নামৰ অষ্ট্ৰীয়াৰ এগৰাকী চিকৎসাবিদে [[তেজ সংৰচনা]]ৰ (blood transfusion) সময়ত দেখা দিয়া আঁহোৱাহসমূহ দূৰ কৰিবৰ বাবে চলোৱা পৰীক্ষা-নীৰিক্ষাত তেজৰ গ্ৰুপসমূহ আৱিস্কৃত হয় <ref>http://www.nobelprize.org/educational/medicine/landsteiner/readmore.html</ref>
তেজৰ গ্ৰুপ চাৰিটা- A, B, AB আৰু O। গাইগুটীয়াভাৱে সকলো মানুহৰ তেজৰ গ্ৰুপ এই চাৰিটাৰ ভিতৰত যিকোনো এটা হয়। তেজত দুই প্ৰকাৰৰ প্ৰটিন থাকে ৷থাকে। এই প্ৰটিনে তেজ সংৰচনাৰ সময়ত বিশেষ ভূমিকা পালন কৰে ৷কৰে। এই দুবিধ প্ৰটিনক '''এণ্টিজেন''' আৰু '''এণ্টিবডি''' বোলা হয় ৷হয়। ৰক্ত সংৰচনাৰ মূল ভেটি এয়ে যে একে এণ্টিজেন-এণ্টিবডি একেলগে থাকিব নোৱাৰে অৰ্থাৎ এণ্টিজেন A আৰু এণ্টিবডি A , এণ্টিজেন B আৰু এণ্টিবডি B একেলগে থাকিব নোৱাৰে ৷নোৱাৰে। ৰক্ত সংৰচনাৰ সময়ত দাতা আৰু গ্ৰহীতাৰ মাজত এনে ধৰণৰ বিসংগতি যাতে নহয় তাক চোৱাটোৱেই ৰক্তদলৰ মূল উদ্দেশ্য ৷উদ্দেশ্য। বিভিন্ন ৰক্তদলৰ তেজত এণ্টিজেন-এণ্টিবডিৰ উপস্থিতি এনে ধৰণৰ-
# A ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- A আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-B থাকে ৷থাকে।
# B ৰক্তদলৰ লোহিতকণাত এণ্টিজেন- B আৰু ইয়াৰ প্লাজমাত এণ্টিবডি-A থাকে ৷থাকে।
# AB ৰক্তদলৰ লোহিতকণাত এণ্টিজেন-A আৰু এণ্টিজেন-B দুয়োবিধ থাকে কিন্তু ইয়াৰ প্লাজমাত কোনো এণ্টিবডি নাথাকে ৷নাথাকে।
# O ৰক্তদলৰ লোহিতকণাত কোনো এণ্টিজেন নাথাকে কিন্তু ইয়াৰ প্লাজমাত এণ্টিবডি-A আৰু এণ্টিবডি-B দুয়োবিধেই থাকে ৷থাকে। <ref>http://users.rcn.com/jkimball.ma.ultranet/BiologyPages/B/BloodGroups.html</ref>
 
ৰক্তদানৰ ক্ষেত্ৰত O গ্ৰুপে সকলোকে, A আৰু B গ্ৰুপে AB গ্ৰুপক ৰক্ত দান কৰিব পাৰে। অৰ্থাৎ O গ্ৰুপে কেৱল O গ্ৰুপৰ, A গ্ৰুপে O আৰু A গ্ৰুপৰ আৰু B গ্ৰুপে O আৰু B গ্ৰুপৰ, AB গ্ৰুপে A, B, AB আৰু O গ্ৰুপৰ তেজ গ্ৰহণ কৰিৰ পাৰে।
"https://as.wikipedia.org/wiki/তেজ"ৰ পৰা অনা হৈছে