বিভূতিভূষণ বন্দ্যোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
{{Infobox writer
{{তথ্যছক লেখক
| name = বিভূতিভূষণ বন্দ্যোপাধ্যায়
| image = Bibhutibhushan Bandopadhyay.jpg
5 নং শাৰী:
| caption = বিভূতিভূষণ বন্দ্যোপাধ্যায়
| pseudonym =
| birthnamebirth_name =
| birthdatebirth_date = {{Birth date|1894|09|11|df=yes}}
| birthplacebirth_place = ঘোষপাৰা-মুৰাতিপুৰ গাঁও, বেংগল, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ নদিয়া জিলা, [[পশ্চিমবঙ্গ]], [[ভাৰত]])
| deathdatedeath_date = {{Death date and age|1950|11|011|1894|09|11|df=yes}}
| deathplacedeath_place = [[ঘাটশিলা]], [[বিহাৰ]] (বৰ্তমানৰ [[ঝাড়খণ্ড]]), [[ভাৰত]]
| occupation = লেখক<br>, ঔপন্যাসিক
| nationality = [[ভাৰতীয়]]
| ethnicity = [[বঙালী]]
18 নং শাৰী:
| subject =
| movement =
| notableworks = ''পথেৰ পাঁচালী'', ''অপৰাজিত'', ''আৰণ্যক'', ''আদৰ্শ হিন্দু হোটেল'', ''ইছামতী'', ''অশনি সংকেত'', ''মেঘমল্লাৰ'', ''তালনবমী'', ''চাঁদেৰ পাহাৰ''
| spouse = গৌৰী দেৱী (১৯১৭-১৮)<br />ৰমা দেৱী (১৯৪০-৫০)
| partner =
30 নং শাৰী:
| portaldisp =
}}
'''বিভূতিভূষণ বন্দ্যোপাধ্যায়''' (১২ ছেপ্তেম্বৰ, ১৮৯৪ - ১ নৱেম্বৰ, ১৯৫০<ref>http://www.whereincity.com/india/great-indians/literary-persons/bibhutibhushan.php</ref>) আছিল এজন জনপ্ৰিয় [[ভাৰতীয়]] বঙালী লেখক তথা আধুনিক বাংলাবঙালী সাহিত্যিক। তেওঁ মূলতঃ উপন্যাস তথা চুটিগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আত্মজীৱনীমূলক উপন্যাস ''পথেৰ পাঁচালী'' আৰু ''অপৰাজিত'' আছিল সকলোতকৈ বেছি পৰিচিত। অন্যান্য উপন্যাসসমূহৰ মাজত ''আৰণ্যক'', ''আদৰ্শ হিন্দু হোটেল'', ''ইছামতী'' তথা ''অশনি সংকেত'' বিশেষভাৱে উল্লেখযোগ্য। উপন্যাসৰ লগতে বিভূতিভূষণে প্ৰায় ২০খন গল্পগ্ৰন্থ, কিছু শিশু উপন্যাস তথা কিছু ভ্ৰমণকাহিনী আৰু কিছু দিনলিপি ৰচনা কৰিছিল। বিভূতিভূষণৰ ''পথেৰ পাঁচালী''ৰ আধাৰত [[সত্যজিৎ ৰায়|সত্যজিৎ ৰায়ে]] পৰিচালনা কৰা [[চলচ্চিত্ৰ]]ই আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল। ১৯৫১ চনত ''ইছামতী'' উপন্যাসৰ বাবে বিভূতিভূষণে [[পশ্চিমবঙ্গ]]ৰ সৰ্বোচ্চ সাহিত্য সন্মান "[[ৰবীন্দ্ৰ পুৰস্কাৰ]]" মৰণোত্তৰভাৱে লাভ কৰিছিল।<ref name=Sekhar>{{cite book |last=Sekhar |first=Saumitra |year=2012 |chapter=Bandyopadhyay, Bibhutibhushan |chapter-url=http://en.banglapedia.org/index.php?title=Bandyopadhyay,_Bibhutibhushan |editor1-last=Islam |editor1-first=Sirajul |editor1-link=Sirajul Islam |editor2-last=Jamal |editor2-first=Ahmed A. |title=Banglapedia: National Encyclopedia of Bangladesh |edition=Second |publisher=[[Asiatic Society of Bangladesh]]}}</ref>
 
== জন্ম তথা পৰিয়াল ==
১৮৯৪ চনৰ ১২ ছেপ্তেম্বৰত পশ্চিমবঙ্গৰ ঘোষপাৰা-মুৰাতিপুৰ গাঁওত বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মহানন্দ বন্দ্যোপাধ্যায় আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত। বিভূতিভূষণৰ মাতৃ আছিল মৃণালিনী দেৱী।
 
== শিক্ষা ==
বিভূতিভূষণে বনগাওঁ হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯১৪ চনত প্ৰথম বিভাগত এন্ট্ৰেন্স তথা ১৯১৬ চনত কলিকতাৰ ৰিপণ কলেজৰ (বৰ্তমানৰ সুৰেন্দ্ৰনাথ কলেজ) পৰা প্ৰথম বিভাগত আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৮ চনত একেখন কলেজৰ পৰা অৰ্থনীতি, ইতিহাস আৰু সংস্কৃতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী তথা আইন পঢ়িবলৈ লৈছিল যদিও ১৯১৯ চনত পঢ়া-শুনা বাদ দিয়ে।
 
== বিবাহ ==
১৯১৯ চনত হুগলী জিলাৰ জাঙ্গীপাৰাৰ দ্বাৰকানাথ হাইস্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়তেই কালীভূষণ মুখোপাধ্যায়ৰ জীয়ৰী গৌৰী দেৱীৰ সৈতে বিভূতিভূষণ বিবাহপাশত আৱদ্ধ হয়। কিন্তু বিবাহৰ এবছৰ পাছতেই গৌৰী দেৱীৰ পৰলোকপ্ৰাপ্তি ঘটে। পত্নীৰ শোকত তেখেতে কিছুদিন প্ৰায় সন্ন্যাসীৰ দৰে জীৱন-যাপন কৰিছিল। পাছলৈ ১৯৪০ চনৰ ৩ ডিচেম্বৰত ফৰিদপুৰ জিলাৰ ছয়গাঁও নিবাসী ষোড়শীকান্ত চট্টোপাধ্যায়ৰ জীয়ৰী ৰমা দেৱীক বিয়া কৰায়। বিয়াৰ সাত বছৰ পাছত তেওঁলোকৰ একমাত্ৰ সন্তান তাৰাদাস বন্দ্যোপাধ্যায়ৰ জন্ম হয়।
 
== কৰ্মজীৱন ==
{{empty section}}
 
== সাহিত্যকৰ্ম ==
{{empty section}}
 
== পুৰস্কাৰ তথা সন্মান ==
{{empty section}}
 
== গ্ৰন্থপঞ্জী ==
Line 112 ⟶ 103:
* প্ৰবন্ধাৱলী
* পত্ৰৱলী
* দিনেৰ পৰে দিন<ref name="ReferenceA">[[সেলিনা হোসেন]] ও নুৰুল ইসলাম সম্পাদিত; ''[[বাংলা একাডেমী]] চৰিতাভিধান''; ফেব্ৰুয়াৰি, ১৯৯৭; পৃষ্ঠা- ২৫১। </ref>
 
== মৃত্যু ==
১৯৫০ চনৰ ১ নৱেম্বৰত বিহাৰৰ ঘাটশিলা নামে ঠাইত বিভূতিভূষণ বন্দ্যোপাধ্যায়ে নশ্বৰ দেহ ত্যাগ কৰে।
 
==তথ্য সংগ্ৰহ==
Line 121 ⟶ 112:
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলামৃত সাহিত্যিকব্যক্তি]]
[[শ্ৰেণী:বাংলাবঙালী লেখকসাহিত্যিক]]
[[শ্ৰেণী:বাংলা ঔপন্যাসিক]]
[[শ্ৰেণী:ৰবীন্দ্ৰ পুৰস্কাৰ প্ৰাপক]]