বিছমিল্লাহ খান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
চিকিৎসালয়ত, বিয়োগ
48 নং শাৰী:
 
==মৃত্যু==
বিছমিল্লা খানৰ ২০০৬ চনৰ ২১ আগষ্টৰ দিনা পুৱতি নিশা ২-৪৫ বজাত বাৰাণসীৰ এখন চিকিত্সালয়তচিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৯০ বছৰ। বিশ্ববন্দিত ওস্তাদ বিছমিল্লা খানৰ বিযোগতবিয়োগত কেন্দ্ৰীয় চৰকাৰে ২১ আগষ্টৰ দিনা ৰাষ্ট্ৰীয় দিৱসৰূপে পালন কৰে। তেওঁৰ স্মৃতিত উত্তৰ প্ৰদেশ চৰকাৰে এক কোটি টকাৰে এখন সংগীত অকাডেমী স্থাপনৰ পৰিকল্পনা লৈ স্থাপন কৰে।<ref name="বিছমিল্লা খান"/>
 
==তথ্য সংগ্ৰহ==