Content deleted Content added
|
|
{{আহোম ৰাজবংশ}}
'''চাওফা''' ([[আহোম ভাষা]],: 𑜋𑜧𑜨 𑜇𑜡) থাই ভাষা, শান ভাষা, টাই ভাষা: অৰ্থ স্ৱৰ্গদেউ, স্ৱৰ্গৰ ৰজা<ref name="HD">{{Cite book |author=Donald M. Seekins |title=Historical Dictionary of Burma (Myanmar) |publisher=Scarecrow Press |year=2006 |at=entry ''Sawbwa'', p. 391}}</ref>[[ইংৰাজী ভাষা]]: Chao Pha) হ'ল [[আহোম ৰাজ্য|আহোম ৰাজ্য]] , শান ৰাজ্য , দাঈ ৰাজ্য, [[থাইলেণ্ড|থাই ৰাজ্য]] আৰু খামতী সকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক '''স্ৱৰ্গদেউ''' বুলিও কোৱা হয়। চীনৰ দাঈ আৰু শান সকলে (যাৰ কিছু অংশ বাৰ্মাত পৰে) এই উপাধি ব্যৱহাৰ কৰে<ref name="HD"/>। অসমৰ [[আহোম ৰাজ্য]]ৰ সকলো শাসকক চাও-ফা; স্ৱৰ্গদেউ বুলি কোৱা হয়। থাই ভাষাটো চাওফা ( '''เจ้าฟ้า''' ) শব্দৰ প্ৰয়োগ হয় যি থাই শাসক সূচায়। কিছু টাই বুৰঞ্জীৰ মতে ২য় শতিকা খ্ৰীঃপূৰ্বৰ আগৰ পৰাই টাই শাসক সকলে এই শব্দটো ব্যৱহাৰ কৰি আহিছে.<ref>
{{cite web
|url=https://muse.jhu.edu/demo/sojourn_journal_of_social_issues_in_southeast_asia/v021/21.1laungaramsri.html
|