ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা
16 নং শাৰী:
}}
 
'''ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা''' (United Nations Educational, Scientific, and Cultural Organization) বা '''ইউনেস্কো''' (UNESCO) হৈছে [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] এটা বিশেষ সংস্থা। বিশ্বৰ [[শিক্ষা]], [[বিজ্ঞান]] আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত [[লণ্ডন|লণ্ডনত]] হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা [[ৰাষ্ট্ৰসংঘ|ৰাষ্ট্ৰসংঘৰ]] সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। [[পেৰিছ|পেৰিছত]] ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।<ref name="ইউনেস্কো">{{cite web | url=http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/ | title=ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট | accessdate=২৯ ডিচেম্বৰ, ২০১১}}</ref>
 
== ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল==
62 নং শাৰী:
| align="center" | ১৯৫৩ - ১৯৫৮
|
|-
| {{flag|আমেৰিকা যুক্তৰাষ্ট্ৰ}}
| জন উইলকিন্সন টেইলৰ ([[:en:John Wilkinson Taylor (educator)|John Wilkinson Taylor]])
84 নং শাৰী:
==বাহ্যিক সংযোগ==
* [http://www.unesco.org/ UNESCO.org] ইউনেস্কো ৱেবচাইট
** [http://whc.unesco.org/ whc.unesco.org]
** [http://portal.unesco.org/en/ev.php-URL_ID=1231&URL_DO=DO_TOPIC&URL_SECTION=201.html portal.unesco.org] UNESCO offices worldwide
** [http://portal.unesco.org/culture/en/ev.php-URL_ID=2309&URL_DO=DO_TOPIC&URL_SECTION=201.html portal.unesco.org] UNESCO Culture Sector