এম্পিয়াৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

+ template
No edit summary
33 নং শাৰী:
==ইতিহাস==
পোনপ্ৰথমে ছেণ্টিমিটাৰ-গ্ৰাম-ছেকেণ্ড এককত এম্পিয়াৰক বিদ্যুৎ প্ৰৱাহৰ এককৰ ১০ ভাগৰ এক অংশ হিচাপে এম্পিয়াৰক সংজ্ঞাবদ্ধ কৰা হৈছিল। সেই এককটোক বৰ্তমানে এবম্পিয়াৰ হিচাপে জনা যায় আৰু তাক এক ছেণ্টিমিটাৰ দূৰত্বত থকা দুডাল প্ৰৱাহীৰ মাজত ২ ডাইন প্ৰতি ছেণ্টিমিটাৰ বলৰ বাবে লগা প্ৰৱাহ হিচাপে সংজ্ঞাবদ্ধ কৰা হৈছিল।
 
==তথ্য সংগ্ৰহ== 
{{Reflist}}
 
==বাহ্যিক সংযোগ==
"https://as.wikipedia.org/wiki/এম্পিয়াৰ"ৰ পৰা অনা হৈছে