ভল্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
24 নং শাৰী:
==পানীৰ প্ৰৱাহৰ সৈতে সাদৃশ্য ==
এডাল পাইপৰ মাজেৰে পানীৰ প্ৰৱাহৰ সৈতে কেতিয়াবা বিদ্য়ুৎ বৰ্তনীৰ তুলনা কৰি বৰ্তনীৰ উপাংশবোৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়। যেনে [[বিভৱভেদ]]ৰ সৈতে পানীৰ চাপৰ পাৰ্থক্য, [[বৈদ্যুতিক প্ৰৱাহ]]ৰ সৈতে সেই পাইপডালৰ ব্যাসে যিমান চাপ দিছে, সেই পানীৰ চাপত কিমান পানী পাৰ হৈ গৈছে, তাক তুলনা কৰা হয়। [[ৰোধক]] হ'ব পাইপডালৰ কোনো অংশত কমি যোৱা ব্যাস আৰু [[ধাৰক]]/[[আৱেশক]] হ'ব পাইপডালৰ "U" আকৃতি য'ত কোনো এফালে সাময়িকভাৱে কিছু পানী জমা হ'ব।
 
==বাহ্যিক সংযোগ==
{{আন্তৰ্জাতিক একক পদ্ধতি}}
 
[[শ্ৰেণী:এছ আই একক]]
"https://as.wikipedia.org/wiki/ভল্ট"ৰ পৰা অনা হৈছে