ৱিকিমিডিয়া কমন্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Reverted edits by 190.206.119.37 to last version by Gitartha.bordoloi |
SlowPhoton (আলোচনা | বৰঙণি) অ নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সাহায়ত |
||
1 নং শাৰী:
{{Infobox website
| name
| alexa
| logo
| screenshot
| caption
| url
| commercial
| type
| registration
| owner
| author
| launch date
| current status
| alexa
| revenue
| content license = মুক্ত
}}
[[Image:WikimediaMosaicCapture.png|thumb|ৱিকিমিডিয়াৰ প্ৰতীক মচাইক]]
'''ৱিকিমিডিয়া কমন্স''' কমন্স বা ৱিকিকমন্স ({{lang-en|Wikimedia Commons}} বা চমুকৈ Commons) নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল<ref name="Endres"/>। এইটো [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন|ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ]] ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই [[ৱিকিপিডিয়া]]ৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যেনে [[Wikibooks|ৱিকি বুকছ]],
এই ভঁৰালত ২ কোটি ৭০ লাখতকিও অধিক মিডিয়া ফাইল আছে।<ref name="CommonsStats">[[commons:Special:Statistics|Statistics page]] on Wikimedia Commons</ref> ২০১৩ চনৰ জুলাইৰ তথ্য অনুসৰি কমন্সত সেই সময়লৈকে হোৱা সম্পাদনাৰ সংখ্যা ১০০,০০০,০০০।<ref name=100,000,000>{{cite web|author=ÄŒesky |url=https://commons.wikimedia.org/w/index.php?title=Commons:Village_pump&diff=100044329&oldid=100041288 |title=100,000,000th edit |publisher=Commons.wikimedia.org |date= |accessdate=2013-08-22}}</ref>
== ইতিহাস==
এই প্ৰকল্পটো ২০০৪ চনৰ মাৰ্চ মাহত এৰিক মল্লাৰ (Erik Möller)
বাৰম্বাৰ আপল’ড কৰাৰ প্ৰয়োজন হৈছিল।
30 নং শাৰী:
<!--Given its primary function as a supporting project for the other Wikimedia web sites, the main content policy for files uploaded to Commons is that they must be potentially useful on any of the Wikimedia projects. This excludes material such as purely personal pictures and artwork, in contrast to image sharing repositories like [[Flickr]], [[Photobucket]] and [[DeviantArt]]. Nevertheless, large numbers of files hosted on Commons are not used directly on any Wikimedia project and likely never will be; as such, the project has grown into a repository of multimedia in its own right, which is frequently linked to from articles on Wikipedia and other Wikimedia websites to provide supplemental materials.-->
অধিকাংশ ৱিকিমিডিয়া প্ৰকল্পই বৰ্তমানেও স্থানীয় আপল’ড প্ৰক্ৰিয়া চলাই আছে যিবোৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যানৰ অন্যান্য প্ৰকল্প বা ভাষাত ব্যৱহাৰ কৰিব নোৱাৰি। কমন্সৰ [[কপিৰাইট]] নীতি অনুসৰি, [[:en:fair use|ভাল ব্যৱহাৰৰ]] বাবে আপল’ড কৰা সমলসমূহকো ৱিকিমিডিয়া কমন্সত অ-মুক্ত অনুজ্ঞাপত্ৰৰ (non-free licenses)ৰ অধীনত আপল’ড কৰা নিয়ম নাই,
কমন্সৰ সততে ব্যৱহৃত (default) ভাষা হৈছে [[ইংৰাজী ভাষা|ইংৰাজী]], কিন্তু পঞ্জীভুক্ত সদস্যসকলে তেওঁলোকৰ পছন্দ অনুসৰি কিছুমান পৃষ্ঠা অনুবাদ কৰিব পাৰে, যেনে: নীতি নিৰ্দেশনা পৃষ্ঠা আৰু চ’ৰা।
<!--
42 নং শাৰী:
== মানদণ্ড==
ছাইটটোত উন্নত মানৰ কাম বাচি উলিয়াবৰ বাবে তিনিটা পদ্ধতি অৱলম্বন কৰা হয়। ইয়াৰে এটা "[[:commons:Commons:Featured pictures|নিৰ্বাচিত ছবি]]", য’ত ছবিসমূহ সেই ছাইটৰ পঞ্জীভুক্ত সদস্যসকলে ভোটদান পৰ্বযোগে চিত্ৰ
এই ছাইটে বছৰটোৰ নিৰ্বাচিত চিত্ৰ প্ৰতিযোগিতা ২০০৬ চনৰ পৰা বৰ্তমানলৈকে নিয়মিত ভাৱে অনুষ্ঠিত কৰি আহিছে য’ত সদস্যৰ ভোটদানৰ যোগেদিয়েই চিত্ৰ নিৰ্বাচিত কৰা হয়।
# [[commons:Commons:Picture of the Year/2006|২০০৬]],
# [[commons:Commons:Picture of the Year/2007|২০০৭]],
|