বালি, ইণ্ডোনেছিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
1 নং শাৰী:
{{Infobox settlement
| name = বালি
| type = প্ৰদেশ
| image_skyline = Tanah-Lot Bali Indonesia Pura-Tanah-Lot-01.jpg
| image_alt = বালিৰ বিখ্যাত তানাহ লট মন্দিৰ
| image_caption = বালিৰ বিখ্যাত তানাহ লট মন্দিৰ
| native_name = ᬩᬮᬶ
| native_name_lang = id
| image_seal = Bali COA.svg
| seal_alt = বালিৰ মোহৰ
| image_flag = Flag of Bali.svg
| motto = {{Script|Bali|ᬩᬮᬶ ᬤ᭄ᬯᬶᬧ ᬚᬬ}}<br />''বালি দ্বীপা জয়া'' ([[বালীয় ভাষা|বালীয়]])<br />(অৰ্থ: সমৃদ্ধময় বালি দ্বীপ)
| image_map = Bali in Indonesia (special marker).svg
| map_caption = ইণ্ডোনেছিয়াত বালিৰ অৱস্থান
| subdivision_type = দেশ
| subdivision_name = [[ইণ্ডোনেছিয়া]]
| seat_type = ৰাজধানী
| seat = [[ডেনপাচাৰ]]
| unit_pref = Metric<!-- or US or UK -->
| area_total_km2 = 5780
| population_total = 4225384
| population_as_of = 2014
| population_density_km2 = auto
| demographics_type1 = জনগাঁথনি
| demographics1_footnotes = <!-- for references: use<ref> tags -->
| demographics1_title1 = জনগোষ্ঠী<ref name=census2010/>
| demographics1_info1 = {{ublist|item_style=white-space:nowrap;|বালীয় লোক (৯০%) |জাভা লোক (৭%) |বালিঅগা (১%) |মাডুৰিচি লোক (১%)}}
| demographics1_title2 = ধৰ্ম<ref>
{{cite book
| publisher = Institute of Southeast Asian Studies
| title = Indonesia's Population: Ethnicity and Religion in a Changing Political Landscape
| year = 2003|isbn=9812302123|author1=Suryadinata, Leo |author2=Arifin, Evi Nurvidya |author3=Ananta, Aris |lastauthoramp=yes }}</ref>
| demographics1_info2 = {{ublist|item_style=white-space:nowrap;|[[হিন্দু ধৰ্ম|হিন্দু]] (৮৩.৫%)|[[ইছলাম ধৰ্ম|ইছলাম]] (১৩.৪%)|[[খ্ৰীষ্টান ধৰ্ম|খ্ৰীষ্টান]] (২.৫%)|[[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] (০.৫%)}}
| demographics1_title3 = ভাষা<ref>{{Cite web|url=https://www.bali.com/bali-languages-translation.html|title=Languages Spoken in Bali|last=bali.com|website=www.bali.com|language=en|access-date=2018-09-16}}</ref>
| demographics1_info3 = {{ublist|item_style=white-space:nowrap;
|[[ইণ্ডোনেছিয়ান ভাষা]] {{small|(আধিকাৰীক)}}
|[[বালীয় ভাষা]]
|[[বালীয় মালয় ভাষা]]
|[[ইংৰাজী ভাষা]]}}
| timezone1 = WITA
| utc_offset1 = +০৮
| registration_plate = DK
| blank_name_sec1 = [[মানৱ উন্নয়ন সূচক|HDI]]
| blank_info_sec1 = {{increase}} ০.৭৪৩ ({{fontcolor|green|উচ্চ}})
| website = {{url|http://www.baliprov.go.id/}}
}}
'''বালি''' [[ইণ্ডোনেছিয়া|ইণ্ডোনেছিয়াৰ]] এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ ''নুচা পেনিদা'', ''নুচা লেমবনগান'' আৰু ''নুচা চেনিনগানৰ'' লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ''ডেনপাচাৰ''। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত।
58 নং শাৰী:
| title = Bali | publisher = Periplus Editions | year = 1995 | location = Singapore | pages = 24–25 | isbn = 9625930280}}</ref> সাংস্কৃতিক আৰু ভাষাগত দিশৰ পৰা বালিৰ লোকসকল ইণ্ডোনেছিয়া দ্বীপপুঞ্জ, [[মালয়েছিয়া]], [[ফিলিপাইন]] আৰু [[ওচেনিয়া|ওচেনিয়াৰ]] লোকসকলৰ সৈতে ওচৰ সম্পৰ্ক দেখা যায়।<ref name=Hinzler/>
 
জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ হিচাপে বালিৰ সুনাম আছে।<ref>{{Cite web|url=http://www.indonesia.travel/en/discover-indonesia/region-detail/35/bali|title=Discover Indonesia}}</ref> প্ৰাচীন আৰু আধুনিক নৃত্যকলা, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, চামৰা আৰু ধাতবশিল্পৰ উচ্চ পৰ্যায়ৰ শিল্পকলাৰ বাবে অঞ্চলটোৱে বিশেষ গুৰুত্বতা পায়ছে। বাৰ্ষিক ইণ্ডোনেছীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইয়াতে অনুষ্ঠিত হয়। বিংশ শতাব্দীত পৰ্যটনৰ দিশত অঞ্চলটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰে। সাম্প্ৰতিককালতসাম্প্ৰতিকঁকালত বালিত ২০১১ চনৰ [[দক্ষিণ-পূব এচীয় ৰাষ্ট্ৰসমূহৰ সংগঠন|এচিয়েন]] সম্মিলন, ২০১৩ চনৰ [[Asia-Pacific Economic Cooperation|এপেক]] সম্মিলন আৰু [[মিচ ৱৰ্ল্ড]] সুন্দৰী প্ৰতিযোগিতা, ২০১৮ চনৰ [[আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি]] আৰু [[বিশ্ব বেংক|বিশ্ব বেংকৰ]] বাৰ্ষিক সভা অনুষ্ঠিত হৈছে।
 
প্ৰৱাল ত্ৰিভুজ বা ক'ৰাল ট্ৰায়াঙ্গলৰ অংশ হিচাপে এই অঞ্চলটি সামুদ্ৰিক প্ৰজাতিৰ জীৱবৈচিত্ৰ্যত অতি চহকী।<ref>{{Cite book|url=https://books.google.com/books?id=-wDJBQAAQBAJ|title=Arguments for Protected Areas: Multiple Benefits for Conservation and Use|last=Dudley|first=Nigel|last2=Stolton|first2=Sue|date=2010-08-12|publisher=Routledge|isbn=9781136542923}}</ref> কেৱল এই অঞ্চলতে পাঁচ শতাধিক প্ৰৱাল প্ৰাচীৰ গঢ়া প্ৰজাতিৰ প্ৰাণী পোৱা যায়। এই সংখ্যা তুলনামূলকভাৱে সম্পূৰ্ণ কেৰিবীয়ান অঞ্চলৰ প্ৰায় সাত গুণ বেছি।<ref>{{cite web|url=http://coralreef.noaa.gov/aboutcorals/facts/coral_species.html |title=Species diversity by ocean basin |publisher=NOAA Coral Reef Conservation Program |date=9 May 2014 |deadurl=yes |archiveurl=https://web.archive.org/web/20140512230756/http://coralreef.noaa.gov/aboutcorals/facts/coral_species.html |archivedate=12 May 2014 |df=dmy }}</ref>
 
== দ্বিতীয় বিশ্বযুদ্ধ ==
[[দ্বিতীয় বিশ্বযুদ্ধ|দ্বিতীয় বিশ্বযুদ্ধৰ]] সময়ত জাপানে বালি দখল কৰে। ১৯ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে জাপানী বাহিনী চহৰখনৰ কাষত অৱতৰণ কৰে আৰু ক্ষিপ্ৰতাৰে দ্বীপটোক কৰায়ত্ত্ব কৰে।<ref>{{cite web|author = Klemen, L |url= http://www.dutcheastindies.webs.com/bali.html |title= The Capture of Bali Island, February 1942 |date=1999–2000 |work=Forgotten Campaign: The Dutch East Indies Campaign 1941–1942}}</ref> ওলন্দাজ সকলৰ শাসনৰ তুলনাত জাপানী শাসন অধিক সহনীয় আছিল।<ref name=Haer>{{cite book|author1=Haer, Debbie Guthrie |author2=Morillot, Juliette |author3=Toh, Irene |lastauthoramp=yes |ref=Haer|title=Bali, a traveller's companion|publisher=Editions Didier Millet|year= 2001|isbn=978-981-4217-35-4}}</ref> ১৯৪৫ চনৰ আগষ্টত জাপানৰ আত্মসমৰ্পণৰ পাছত ওলন্দাজসকল ইণ্ডোনেছিয়ালৈ প্ৰত্যাৱৰ্তন কৰে আৰু ঔপনিবেশিক শাসন চলায় যায়। ১৯৪৯ চনৰ ২৯ ডিচেম্বৰত বালি ওলন্দাজৰ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰে।<ref>{{cite book|author1=Andy Barski, Albert Beaucort |author2=Bruce Carpenter, Barski|title=Bali and Lombok|year=2007|publisher=Dorling Kindersley, London|isbn=978-0-7566-2878-9|page=51}}</ref>
 
== জীৱবৈচিত্ৰ্য==
== জীৱবৈচিত্ৰ ==
বালিত প্ৰায় ২৮০ প্ৰজাতিৰ চৰাই আছে। ইয়াৰ মাজৰে [[বালি শালিকা]] নামৰ প্ৰজাতিটোৰ অৱস্থা [[সংৰক্ষণ স্থিতি|ঘোৰ সংকটাপন্ন]] অৰ্থাৎ ই বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে। বিংশ শতাব্দীত আৰম্ভণিলৈকে বালিতে কিছু বৃহৎ আকাৰৰ স্তণ্যপায়ী প্ৰাণীও আছিল। ১৯৩৭ চনত অন্তিমটো [[বালি বাঘ|বালি বাঘক]] দেখা পোৱা গৈছিল। ১৯৪০ দশকৰ পৰা ১৯৫০ দশকলৈ বালি বাঘৰ উপ-প্ৰজাতি এটাও দেখা গৈছিল।<ref>[http://oldredlist.iucnredlist.org/details/41682/0 IUCN Red List of Threatened Species]. Retrieved 24 June 2010</ref>