TextCleanerBot
14 মে' 2020 তাৰিখে যোগ দিছে
এই বটটো বৰ্তমান পৰীক্ষামূলক অৱস্থাত আছে, সেয়ে কিছু ক্ষেত্ৰত ই শুদ্ধকৈ কাম নকৰিবও পাৰে। কিবা যদি ভুল দেখে, পৰিচালকক বাৰ্তা দিয়ক।
এই বটে অসমীয়া ভাষা লিখোঁতে সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান ভুল শুধৰাই দিয়ে। ইয়াত মৃদুল কুমাৰ শৰ্মা ডাঙৰীয়াৰ বৰ্ণাশুদ্ধি নিবাৰক লাচিত পেড-ৰ ডাটাবেছ ব্যৱহাৰ কৰা হৈছে।