দশৰথ মাঝি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
 
==কৰ্ম==
দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে ১১০ মিটাৰ দীঘল, ৭.৭ মিটাৰ গভীৰ আৰু ৯.১ মিটাৰ বহল গেহল'ৰ পাহাৰটোৰ শিল কাটে৷<ref>Location of cut-through: {{coord|24.877093|85.242956}}</ref> তেওঁ কৈছিল, "মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷" সুদীৰ্ঘ ২২ বছৰৰ অন্তত (১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কিলো মিটাৰৰ পৰা ১৫ কিলো মিটাৰ কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷<ref name="HTimes"/><ref>{{cite news| url=http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar | work=The Times of India | title=CM visits ailing Dashrath Manjhi | date=23 July 2007}}</ref> মাঝিয়ে লগতে কৈছিল, "যদিও বহুত লোকে মোৰ এই কামক উপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সজুলীবোৰসঁজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷"<ref>{{cite web|title=Man in India Carved 360 feet|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html}}</ref><ref>{{cite web|title=How A Man Built A Road on the Mountain Without Support| work=Be A Light to the World | url=http://www.awazieikechi.com/man-built-road-mountain-without-support/| date=22 April 2014}}</ref>''
 
==মৃত্যু==
"https://as.wikipedia.org/wiki/দশৰথ_মাঝি"ৰ পৰা অনা হৈছে