দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
36 নং শাৰী:
শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী [[পৰাগধৰ চলিহা]]ই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়৷<ref name=":0" /> ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড৹ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়৷ ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কন্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’৷<ref name=":0" /> প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে৷ নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name="aa" />
 
প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিতছবিত নেপঠ্যনেপথ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু [[লক্ষ্যধৰ চৌধুৰী]] আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷<ref name=":0" />
 
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref><ref>[https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিন/page/10 ’যোৱাগৈ মৌ কুৱঁৰী’-তৰালি শৰ্মা, অসমীয়া পৰ্তিদিন, ২২ ডিচেম্বৰ, ২০১৮ https://epaper.asomiyapratidin.in/edition/171/অসমীয়া-প্রতিদিন/page/10]</ref>
845

টা সম্পাদনা