আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
বানান শুধৰণি, ব্যাকৰণ শুধৰণি, লিংক যোগ
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
4 নং শাৰী:
<br>
[[File:Allah3.svg|thumb|right|The word 'Allah' in [[Islamic calligraphy|Arabic calligraphy]]]]
মুছলমানসকলে তেওঁলোকৰ [[সৃষ্টিকৰ্তা]]ক 'আল্লাহ' বুলি সম্বোধন কৰে। [[ইছলাম]]ৰ মূল বিশ্বাস হৈছে আল্লাহৰ একত্ব বা [[তাওহিদ]]। ইছলাম পৰম একেশ্বৰবাদী আৰু কোনোভাৱেই আপেক্ষিক বা বহুত্ববাদী নহয়। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক [[কলিমা|শ্বাহাদাহ]] বোলা হয়। এইটো পাঠৰ মাধ্যমত [[মানুহ|মানুহে]] স্বীকাৰ কৰে যে, (এক) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু (দুই) মুহাম্মদ[[মুহাম্মাদ|মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামওৱাছাল্লাম]] তেওঁৰ প্ৰেৰিত বাণীবাহক। [[সূৰা ইখলাস|ছুৰা ইখলাছ]]ত আল্লাহৰ এনেদৰে বৰ্ণনা দিয়া হৈছে :
[قُلْ هُوَ اللهُ أَحَدٌ. اللهُ الصَّمَدُ. لَمْ يَلِدْ وَلَمْ يُولَدْ. لَمْ يَلِدْ وَلَمْ يُولَدْ. وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ] {الاخلاص:1-4}
# "কওঁক, তেওঁ আল্লাহ, এক, এককএকক।
# আল্লাহ অমুখাপেক্ষী, অমুখাপেক্ষী।
# তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাইনাই।
# আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
 
ব্যুৎপত্তিগতভাৱে আল্লাহ শব্দটো "ইলাহ" ৰ পৰা গৃহিত। ''ইলাহ'' (ILAHIlah) শব্দটো আহিছে [[হিব্ৰু ভাষাৰভাষা]]ৰ ''এলাহ'' (Elah) শব্দৰ পৰা। ''এলাহ'' মানে পৰম উপাসক। এলাহৰ''এলাহ''ৰ [[ইংৰাজী ভাষা|ইংৰাজী]] প্ৰতিশব্দ deity।হ'ল ''‌'deity'‌''। ''Deity'' মানে হ'ল সকলোতকৈ ডাঙৰ ভুত। আল্লাহ শব্দটো ''আল'' আৰু ইলাহৰ''ইলাহ''ৰ যুক্তাক্ষৰ (ALAl +ILAH Ilah = Allah)। ''আল'' (ALAl) [[নিৰ্দিষ্টবাচক শব্দ]] (determiner) যাৰ অৰ্থ -জন, -খন, -টো বা ইংৰাজীত the।''the''। গতিকে আল্লাহ মানে পৰমেশ্বৰ জন (আল = জন,; ইলাহ = পৰমেশ্বৰ, ''The Deity '')। যিহেতু ইছলাম এটা বিশুদ্ধ একেশ্বৰবাদী (এক + ঈশ্বৰ) ধৰ্ম, গতিকে এই ধৰ্মৰ উপাসক জনক সকলোতকৈ উচ্চ আৰু নিৰ্দিষ্ট আসনত অধিষ্ঠিত কৰা হয়।
 
=== আল্লাহৰ মুখমণ্ডল ===
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে