জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{অসমীয়া বৰ্ণমালা}}
'''জ''' অসমীয়া [[ব্যঞ্জনবৰ্ণ মালা|ব্যঞ্জনবৰ্ণ মালাৰ]] ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত [[হাওঁফাওঁহাঁওফাঁও]]ৰ পৰা ওলাই অহা [[বায়ু]] [[মুখ]]ৰ ভিতৰত কৰবাতক'ৰবাত অকণমান হলেওহ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবওহ'বও পাৰে বা নহবওনহ'বও পাৰে।<ref>xobdo.org search result of ৱ্যঞ্জন বৰ্ণ</ref> 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোতেওকৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
 
==স্বৰবৰ্ণৰ লগত যোগ হ'লে==
"https://as.wikipedia.org/wiki/জ"ৰ পৰা অনা হৈছে