পেনিচিলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
11 নং শাৰী:
 
==ৰাসায়নিক গঠন==
পেনিচিলিনৰ মূল গঠনটো বিটা লেক্টাম আৰু থায়াজ’লিডিন (thiazolidine)ৰ লগ হৈ থকা আঙঠিৰে গঠিত। তদুপৰি এমাইড বন্ধনিৰে আন এটা শৃংখল বান্ধ খাই থাকে। থায়াজ’লিডিনৰ আঙঠিটোত এটা কাৰ্বক্সিল গ্ৰুপ থাকে য’ত ছডিয়াম আৰু পটাছিয়াম লগ হৈ বেছি সুস্থিৰ ৰূপ গঠন কৰিব পাৰে <ref>Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5</ref>৷পেনিচিলিনৰ মূল গঠন টোৰ ৰাসায়নিক সংকেত হ’ল - R-C9H11N2O4S।C<sub>9</sub>H<sub>11</sub>N<sub>2</sub>O<sub>4</sub>S। ইয়াত R-ৰ ঠাইত আন শৃংখল সংযোজিত হৈ বেলেগ বেলেগ ৰূপৰ পেনিচিলিন গঠন কৰে। মূল গঠনটোৰ ৰাসায়নিক সংকেত হ’ল ২৪৩ গ্ৰাম প্ৰতি ম’ল।
 
পেনিচিলিনৰ মূল গঠনটো বিটা লেক্টাম আৰু থায়াজ’লিডিন(thiazolidine)ৰ লগ হৈ থকা আঙঠিৰে গঠিত। তদুপৰি এমাইড বন্ধনিৰে আন এটা শৃংখল বান্ধ খাই থাকে। থায়াজ’লিডিনৰ আঙঠিটোত এটা কাৰ্বক্সিল গ্ৰুপ থাকে য’ত ছডিয়াম আৰু পটাছিয়াম লগ হৈ বেছি সুস্থিৰ ৰূপ গঠন কৰিব পাৰে <ref>Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5</ref>৷পেনিচিলিনৰ মূল গঠন টোৰ ৰাসায়নিক সংকেত হ’ল - R-C9H11N2O4S। ইয়াত R-ৰ ঠাইত আন শৃংখল সংযোজিত হৈ বেলেগ বেলেগ ৰূপৰ পেনিচিলিন গঠন কৰে। মূল গঠনটোৰ ৰাসায়নিক সংকেত হ’ল ২৪৩ গ্ৰাম প্ৰতি ম’ল।
 
==কাৰ্য পদ্ধতি==
"https://as.wikipedia.org/wiki/পেনিচিলিন"ৰ পৰা অনা হৈছে