অসমীয়া প্ৰতিদিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{Assam stub}}
{{Infobox newspaper
| name = [[চিত্ৰ:Asomiya_Pratidin.gif|250px|অসমীয়া প্ৰতিদিন]]
| image = [[চিত্ৰ:অসমীয়া প্ৰতিদিন.jpg|200px|২০ নবেম্বৰ ২০১১ৰ অসমীয়া প্ৰতিদিনৰ গুৱাহাটী সংস্কৰণৰ প্ৰথম পৃষ্ঠা]]
| caption = ২৫ নবেম্বৰ ২০১০ৰ অসমীয়া প্ৰতিদিনৰ গুৱাহাটী সংস্কৰণৰ প্ৰথম পৃষ্ঠা
| type = দৈনিক বাতৰিকাকত
| foundation = ৩ মাৰ্চ, ১৯৯৫
| format = [[:en:Broadsheet|ডাঙৰ পৃষ্ঠা]]
| publisher = যতীন চৌধুৰী
| editor = নিত্য বৰা
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| headquarters = [[গুৱাহাটী]]
| sister newspapers = [[সাদিন]]
| website = [http://asomiyapratidin.in/ asomiyapratidin.in]
}}
'''অসমীয়া প্ৰতিদিন''' ({{lang-en|Asomiya Pratidin}}) হৈছে এখন [[অসমীয়া ভাষা|অসমীয়া]] দৈনিক [[বাতৰি কাকত]]। ১৯৯৫ চনত প্ৰথম প্ৰকাশ পায়। প্ৰতিষ্ঠাপক সম্পাদক [[অজিত কুমাৰ ভূঞা]]। প্ৰথম কাৰ্য্যবাহী সম্পাদক [[পৰাগ কুমাৰ দাস]]। প্ৰাক্তন সম্পাদকসকল হ'ল [[অদীপ কুমাৰ ফুকন]], [[মনজিত মহন্ত ]]। বৰ্তমানৰ মুখ্য সম্পাদক [[নিত্য বৰা]] আৰু কাৰ্যবাহী সম্পাদক ধ্যৰ্য হাজৰিকা। কাকতখনৰ গৰাকী [[জয়ন্ত বৰুৱা]]ৰ হৈ যতীন চৌধুৰীয়ে প্ৰকাশ কৰে। জয়ন্ত বৰুৱা মালিকানাধীন এই কাকত গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত আন আন কাকত আৰু আলোচনী হ'ল: [[সাদিন]], [[সাতসৰী]] আৰু [[নন্দিনী]]। এই বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ [[গুৱাহাটী]], [[ডিব্ৰুগড়]], [[উত্তৰ লখিমপুৰ]] আৰু [[বঙাইগাঁও]]ৰ পৰা একেসময়তে প্ৰকাশ পায়।
 
==সমল==
এই কাকতখনে [[অসম]]ক কেন্দ্ৰ কৰি সমগ্ৰ [[উত্তৰ পূব ভাৰত]]ৰ বিষয়ে লগতে কিছু পৰিমানেপৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে [[ইণ্টাৰনেট]] সংস্কৰণো মুকলি কৰিছে। কাকতখনত সাধাৰনতেসাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে, য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰনতেসাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।
 
<!--
== পৰিপূৰক সমূহ==
মূখ্যতমুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে
*কাকতখনৰ লগত প্ৰ্ত্যেক শনিবাৰে এখন ৪ পৃষ্ঠাৰ পৰিপূৰিকা য’ত [[স্বাস্থ্য]], [[সংস্কৃতি]], [[প্ৰকৃতি]] আৰু যুৱ প্ৰজন্ম সম্পৰ্কীয় লেখনি প্ৰকাশ পায়|
*পূৰ্বাচল, এখন ৩২ পৃষ্ঠাৰ আলোচনী, এইখন প্ৰ্ত্যেক দেওবাৰে নিয়মিতভাৱে প্ৰকাশ পাই| [[সাহিত্য]], [[পৰ্যটন]] আদি বিভিন্ন দিশ এই পৰিপূৰিকাত উপলদ্ধ|
*প্ৰ্ত্যেক বছৰৰ এপ্ৰিল-মে মাহত ([[ব’হাগ বিহু]]ৰ বিশেষ) এখন বছৰেকীয়া পৰিপূৰিকা প্ৰকাশ পায়| ইয়াত মূখ্যতমুখ্যত সাহিত্য, সংস্কৃতি আদি লেখনি প্ৰকাশ পায়|
-->