ভাৰতীয় জনতা পাৰ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
{{পোখালি}}
{{Infobox Indian political party
| party_name = ভাৰতীয় জনতা পাৰ্টি
|logo = [[File:Flag of the Bharatiya Janata Party.png|200px]]
|colorcode = {{Bharatiya Janata Party/meta/color}}
| chairman = [[অমিত শ্বাহ]]
| secretary =
| ppchairman =
| loksabha_leader = [[নৰেন্দ্ৰ মোদী]] (প্ৰধানমন্ত্ৰী)
| rajyasabha_leader = [[অৰুণ জেটলি]]
| foundation = ৬ এপ্ৰিল ১৯৮০
| alliance = [[জাতীয় গণতান্ত্ৰিক জোট]] (এনডিএ)
| loksabha_seats = 138
| rajyasabha_seats = 48
| ideology = ৰক্ষণশীলতা
সামাজিক ৰক্ষণশীলতা
ভাৰতীয় জাতীয়তাবাদী
একাত্ম মানবতাবাদ
[[হিন্দুত্ব]]
| alliance = [[National Democratic Alliance (India)|National Democratic Alliance]] (NDA)
| fiscalpolicy = মধ্য-দক্ষিণপন্থা
| socialpolicy = মধ্য-দক্ষিণপন্থা
| headquarters = ৬-এ, পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গ,
[[নতুন দিল্লী]] - ১১০০০২
| publication = ''কমল সন্দেশ''
| loksabha_seats = {{Infobox political party/seats|280|543|hex=#FF9900}}
| rajyasabha_seats = {{Infobox political party/seats|42|245|hex=#FF9900}}
| students = [[অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ]]
| youth = [[ভাৰতীয় জনতা যুৱ মৰ্চা]]
| women = [[বিজেপি মহিলা মৰ্চা]]
| peasants = [[বিজেপি কিষান মৰ্চা]]
| labors = [[ভাৰতীয় মজদুৰ সংঘ]]
| minorities = [[বিজেপি সংখ্যালঘূসংখ্যালঘু মৰ্চা]]
| website = {{URL|http://www.bjp.org/}}
| symbol = [[File:BJP election symbol.svg|150px]]
| country = [[ভাৰত]]

'''ভাৰতীয় জনতা পাৰ্টি''' বা '''বিজেপি''' [[ভাৰত|ভাৰতৰ]] এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।<ref>[http://wwৱbjp.org/content/view/752/408] About us - bjp.org</ref> ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দল মধ্য-দক্ষিণপন্থী দল।<ref name="FP">{{cite web|url=http://wwৱforeignpolicy.com/articles/2010/04/30/does_india_still_need_a_hindu_nationalist_party|title= Does India Still Need a Hindu Nationalist Party? |work=|publisher=Foreign policy|accessdate=}}</ref>

বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত [[অটল বিহাৰী বাজপেয়ী|অটল বিহাৰী বাজপেয়ী]]ৰ নেতৃত্বত আৰু [[লালকৃষ্ণ আদৱানী]]ৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪]] চনত সংখ্যাগৰিষ্ঠতাৰে [[নৰেন্দ্ৰ মোদী]]ৰ নেতৃত্বত বিজেপিয়ে পুণৰপুনৰ ক্ষমতালৈ আহে।