১১ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''১১ ডিচেম্বৰ''' {{enwiki|11 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৫ তম ([[অধিবৰ্ষ]]ত ৩৪৬ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০ টা২০টা দিন বাকী থাকে৷থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# ১৩৪৭ চনৰ এই দিনটোতে আলাউদ্দিন হাছাৰ [[বাহমনি সাম্ৰাজ্য]] প্ৰতিষ্ঠা হয়।
# ১৯৪১ চনৰ এই দিনটোত [[জাৰ্মানী]] আৰু [[ইটালী]]ৰ হৈ ক্ৰমে [[হিটলাৰ]] আৰু [[মুছ'লিনি]]য়ে [[মাৰ্কিনআমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰেকৰে।
# এই দিনটোতে [[দাদৰা আৰু নগৰ হাভেলী]]য়ে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰেকৰে।
# ১৯৯৯ চনৰ এই দিনটোতে শতিকাৰ অন্তিমটো পূৰ্ণ গ্ৰাস [[সূৰ্যগ্ৰহণ]] ভাৰতত দৃশ্যমান হয়হয়।
 
===জন্ম===
# ১৮৫৮ চনৰ এই দিনটোতে নেদাৰলেণ্ডত বিশিষ্ট চিকিৎসা-বিজ্ঞানী [[খ্ৰীষ্টিয়ান আইজকমেন]]ৰ জন্ম হয়। তেওঁ ১৯২৯ চনত সাহিত্যৰ ন’বেল লাভ কৰেকৰে।
# ১৯৩৫ বৰ্ষৰ এই দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি [[প্ৰণৱ মুখাৰ্জী]]ৰ জন্ম হয়।
 
===মৃত্যু===
# ১৯০৮ চনৰ আজিৰ দিনটোতে বিনা বিচাৰে বিপ্লৱী [[ক্ষুদিৰাম বসু]]ৰ ফাঁচি হয়।
# ২০০৫ চনৰ এই দিনটোতে অসমৰ প্ৰখ্যাত সঙ্গীত পৰিচালক [[পাৰ্থপ্ৰতিম চৌধুৰী]]ৰ মৃত্যু হয়।
 
== বাহ্যিক সংযোগ ==