২০ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Deleted wrong content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
* এই দিনটো [[বিশ্ব পৰিসংখ্যা দিৱস]] হিচাপে পালন কৰা হয়। ।হয়॥
*[[ভিয়েটনাম]]ত [[নাৰী দিৱস]]।
* ১৫৬৮ চনত মোগল সম্ৰাট [[আকবৰ]]ৰ চিতোৰ গড় আক্ৰমণ।
* ১৭৭৪ চনত [[কলিকতা]] ভাৰতৰ ৰাজধান ঘোষণা কৰা হয়।
* ১৯০৪ চনত চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰে।
*  ১৯৬২ চনত [[চীন]]ৰ ভাৰত আক্ৰমণ।
* ১৯৭৮ চনত ক্ৰিকেটাৰ [[বীৰেন্দ্ৰ সেহৱাগ]]ৰ জন্ম দিন।
*  ২০১০ চনত [[পাকিস্তান]]ৰ অষ্টম ৰাষ্ট্ৰপতি ফাৰুক গিলানীৰ মৃত্যু।
* ২০১১ চনত লিবিয়াৰ নেতা গাদ্দাফীৰ মৃত্যু৷মৃত্যু।
 
[[শ্ৰেণী:অক্টোবৰ]]