২০ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''২০ নৱেম্বৰ''' {{enwiki|20 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে...
 
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী:
'''২০ নৱেম্বৰ''' {{enwiki|20 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩২৪ তম ([[অধিবৰ্ষ]]ত ৩২৫ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪১ টা৪১টা দিন বাকী থাকে৷ থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
# ১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান [[টিপু চুলতান]]ৰ জন্ম হৈছিল।
# ভাৰতীয় মহাকাশচাৰী [[কল্পনা চাওলা]]ই মহাকাশলৈ যাত্ৰা কৰে ১৯৯৭ চনৰ আজিৰ দিনটোতে ।দিনটোতে। মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা ।মহিলা।
# [[ৰোনাল্ড ৰিগান]] আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ১৯৮০ চনৰ আজিৰ দিনটোতে।
# প্ৰখ্যাত ৰুছ কথা সাহিত্যিক [[লিঅ’ টলষ্টয়]]ৰ মৃত্যু হয় ১৯১০ চনৰ আজিৰ দিনটোতে।
# ১৯২৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ লেখিকা [[নাদিন গাৰ্ডিমাৰ]]ৰ জন্ম হয়।
# ভয়েজাৰ-১ ৷১। বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত ১৯৮০ চনৰ আজিৰ দিনটোতে ইয়াৰ অভিযান সমাপ্ত হয় ৷হয়।
 
== বাহ্যিক সংযোগ ==