শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; লাচিত পেডৰ সহায়ত
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
31 নং শাৰী:
* ললিত কলা ভৱন:ললিত কলা ভৱনত বাতানুকূল কলা বীথিকা, এটা গ্ৰাফিক ষ্টুডিঅ, এখন কৰ্মশালা আৰু এটা প্ৰেক্ষাগৃহ আছে। শংকৰদেৱ কলাক্ষেত্ৰৰ ললিত কলা শাখাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনী আৰু চিত্ৰশিল্প, ড্ৰইং, গ্ৰাফিক, ভাস্কৰ্য্য, কাঠ শিল্প আৰু ফটোগ্ৰাফ আৰু আন বিষয়ৰ ওপৰত প্ৰদৰ্শনী অনুষ্ঠিত কৰে। লগতে হস্ততাঁত, বস্ত্ৰ শিল্প আৰু এই অঞ্চলৰ পৰম্পৰাগত শিল্প সামগ্ৰীসমূহৰ প্ৰদৰ্শনী পাতে।<ref>{{cite web |title=ললিত কলা (চাৰু কলা) |url=https://kalakshetra.assam.gov.in/as/information-services/%E0%A6%B2%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%95%E0%A6%B2%E0%A6%BE-%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%81-%E0%A6%95%E0%A6%B2%E0%A6%BE |website=kalakshetraassam |publisher=অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ}}</ref>
* [[ভূপেন হাজৰিকা সংগ্ৰহালয়]]<ref name="touristlink1"/><!--The Dr Bhupen Hazarika Cultural Museum is the pride of Kalakshetra campus. It is a tribute to the legend, Asom Ratna Dr Bhupen Hazarika. The museum is artistically designed, where you will be fascinated by the large photographs, huge collection of awards and felicitations, a model of Dr Bhupen Hazarika’s living room and bedroom along with some beautiful traditional dresses. Documentaries on him are also shown there.-->
* শিশু উদ্যান বা শিশু বন, এই উদ্যানখন [[ড॰ ভবেন্দ্ৰ নাথ শইকীয়া]]ৰ নামত উত্‍সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে<ref name="guwahatitimes1"/>। <!--Made for the benefit of children of the region, the Shishu Ban Dr Bhabendra Nath Saikia Children’s Park covers an area of 12 bighas and consists of a library, petrochemical gallery, solar hut, doll museum, sky train, solar waterfalls, auditorium – specially meant for holding various programmes for the intellectual as well as the cultural growth of children – and many other interesting amusements.
-->