টোকোৰা চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
3 নং শাৰী:
| status = LC
| status_system = IUCN3.1
| status_ref = <ref>{{cite iucn|url=https://www.iucnredlist.org/details/22719005/0 |title=''Ploceus philippinus'' |author=BirdLife International |author-link=BirdLife International |year=2012 |access-date=26 November 2013|ref=harv}}</ref>
| image =Baya weaver (Ploceus philippinus) Male ♂ Photograph by Shantanu Kuveskar.jpg
| image2= Baya weaver (Ploceus philippinus) female ♀ Photograph by Shantanu Kuveskar.jpg
14 নং শাৰী:
| synonyms = ''Loxia philippina'' {{small|Linnaeus,&nbsp;1766}}
}}
'''টোকোৰা চৰাই''' অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বিশ্বত টোকোৰাৰ মুঠতে সত্তৰটামান প্ৰজাতি আছে। এই প্ৰজাতিবিলাক এচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। টোকোৰাই জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান বাসস্থান। আন চৰায়ে সাধাৰণতে গোপন ঠাইত বাহ সাজে। টোকোৰা চৰাই ইয়াৰ ব্যতিক্ৰম। মানুহৰ চলাচল য'ত থাকে, সিহঁতে তাতেই বাহ সাজে সকলোৱে দেখাকৈ। কোনো চৰায়ে টোকোৰা চৰাইৰ দৰে নিখুঁত বাহ সাজিব নোৱাৰে।
এওঁলোক "তাঁতী চৰাই" (Weaver Bird) নামেও পৰিচিত। এই চৰাইবিধৰ বাহৰ গঠন বেছ জটিল আৰু আকৃতি খুবেই সুন্দৰ। কেইবা প্রজাতিৰপ্ৰজাতিৰ টোকোৰা চৰাই একাধিক কক্ষবিশিষ্ট বাহ তৈৰি কৰিবলৈ পায়।<ref>{{cite web | url=http://www.britannica.com/EBchecked/topic/638416/weaver | title=weaver | publisher=Encyclopaedia Britannica | date=2009-04-10 | accessdate=16 May 2020}}</ref> এইবিধ মূলত বীজভোজী চৰাই, সেয়ে ইহঁতৰ ঠোঁটৰ আকৃতি বীজ ভক্ষণৰ উপযোগী; জোঙাকাৰ আৰু গুৰিত শকত। অধিকাংশ টোকোৰা প্রজাতিৰপ্ৰজাতিৰ আবাস সাব-সাহাৰান আফ্রিকাতআফ্ৰিকাত, অৱশ্যে কেইটামান প্রজাতিপ্ৰজাতি এচিয়াত স্থায়ী। কেইটামান প্রজাতিকপ্ৰজাতিক বিভিন্ন দেশত অবমুক্ত কৰা হৈছে ।হৈছে।<ref name="চিএ">{{cite book | title=[[Handbook of the Birds of the World]] | publisher=Lynx Edicions | author=Craig, Adrian | authorlink=Family Ploceidae (Weavers) | year=2010 | location=Barcelona | pages=74-197}}</ref> টোকোৰা চৰাইটো দীঘলে ছয় ইঞ্চিমান। মতা-মাইকী প্ৰায় দেখাত একে | ইহঁত বেছ দলবদ্ধ প্রাণীপ্ৰাণী আৰু কলোনি কৰি জীবন যাপন কৰাত অভ্যস্ত। বেছিভাগ টোকোৰা প্রজাতিৰপ্ৰজাতিৰ পুৰুষ সদস্য খুব উজ্জ্বল ৰঙৰ হয়। কিছু প্রজাতিপ্ৰজাতি প্রজননপ্ৰজনন কালত বর্ণৰবৰ্ণৰ ভিন্নতা প্রদর্শনপ্ৰদৰ্শন কৰে ।কৰে। বাংলাদেশত তিনি ধৰণৰ টোকোৰা চৰাই দেখা যায়: দেশী টোকোৰা (Ploceus philippinus), দাগি টোকোৰা (Ploceus manyar) ও বাংলা টোকোৰা (Ploceus benghalensis)।
 
==বাসস্থান==
[[File:BayaOnDisplay.jpg|thumb|upright|left|বাহ সাজি থকা মতা টোকোৰা চৰাই]]
[[File:Baya Weaver Gobi.jpg|thumb|upright|left|বাহত মতা টোকোৰা চৰাই]]
টোকোৰা চৰাইৰ বাহ ওলোটাই থোৱা কলহৰ নিচিনা দেখিবলৈ। বাহ বানোৱাৰ বাবে টোকোৰা চৰাই খুব পৰিশ্রমপৰিশ্ৰম কৰে। ঠোঁটেৰে ঘাঁহ বনৰ আস্তৰণ গুচাই খুব যত্নৰে পেটেৰে ঘঁহি (পালিচ কৰি) গোল অবয়ব মসৃণ কৰে। আৰম্ভণিত দুটি নিম্নমুখী ফুটা থাকে। পিছত এটা ফালে বন্ধ কৰি দিয়ে কণী ৰখাৰ স্থানৰ বাবে। আনফালেদি দীঘল এটা প্রবেশপ্ৰবেশ আৰু প্রস্থানপ্ৰস্থান পথ সাজে। কথিত আছে নিশা বাহত আলোৰ বাবে টোকোৰা চৰাই জোনাকী পৰুৱা ধৰি আনি বাহত গুজি ৰাখে।
বাংলাদেশত বাংলা ও দাগি টোকোৰা চৰাইৰ প্রজাতিপ্ৰজাতি বিলুপ্তিৰ পথত, অৱশ্যে দেশী টোকোৰা চৰাই এতিয়াও দেশৰ প্ৰায় সকলো গাঁৱত তাল, তামোল, নাৰিকল, খেজুৰ, ৰেইনট্রিৰেইনট্ৰি গাছত দল বান্ধি বাহ বনায়। ইহঁত সাধাৰণত মানুহৰ ওচৰাউচৰি বসবাস কৰে। বহু অসচেতন মানুহ ইহঁতৰ বাহ ভাঙি পেলায় আৰু এই কাৰণতেই ইহঁতৰ সংখ্যা ৰহস্যজনকভাৱে কমি গৈছে।<ref>{{cite web | url=http://archive.prothom-alo.com/detail/date/2010-07-22/news/9290 | title=পদ্মাৰ চৰে বিৰল ‘বাংলা বাবুই’ পাখিৰ বাসা | publisher=প্ৰথম আলো | date=02-10-2009 | accessdate=16 May 2020 | author=মাহমুদ, সৌৰভ | pages=৭}}</ref>
 
==টোকোৰা চৰাইৰ বাহ নিৰ্মাণ==