বিশ্ব ঐতিহ্যবাহী স্থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[File:World Heritage Logo global.svg|thumb|upright=1.1|[[ইউনেস্কো|ৰাষ্ট্ৰ সংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)]]ৰ [[বিশ্ব ঐতিহ্যবাহী সমিতি]]ৰ ল'গ']]
[[Image:Ajanta (63).jpg|right|thumb|200px|[[অজন্তা গুহা]], [[ভাৰত]]ৰ এক বিশ্ব ঐতিহ্যবাহী স্থান]]
'''বিশ্ব ঐতিহ্যবাহী স্থান''' বা '''ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান''' হৈছে [[ইউনেস্কো]]ৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত [[দেশ অনুসৰি বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰৰ তালিকা|বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকা]]ত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান৷ এই স্থানবোৰ [[বন]], [[পাহাৰ]], [[হ্ৰদ]], [[মৰুভূমি]], [[স্মৃতিস্তম্ভ]], [[দালান]], [[প্ৰসাদ]] বা [[চহৰ]] আদি হব পাৰে। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।<ref name=convention>{{cite web |url=http://whc.unesco.org/en/convention/ |title=The World Heritage Convention |publisher=UNESCO |accessdate=September 21, 2010}}</ref>