নলবাৰী জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
21 নং শাৰী:
}}
 
'''নলবাৰী''' ({{lang-en|Nalbari}}) [[অসম]]ৰ এখন প্ৰশাসনিক জিলা। পূৰ্বতে [[কামৰূপ জিলা]]ৰ মহকুমা হিচাপে চিহ্নিত নলবাৰীক ১৯৮৫ চনত জিলা হিচাপে ঘোষণা কৰা হয়।
 
==ভৌগোলিক বিৱৰণ==
জিলাখনৰ মাটিকালি হৈছে ৯৯৯.৯০ বৰ্গ কিঃমিঃ।<ref name="ataglance">{{cite web | url=http://nalbari.nic.in/ataglance.htm | title=Nalbari - at a glance | work=National Informatics Centre, Nalbari,Assam | accessdate=24 আগষ্ট 2013}}</ref> ২০০১ চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যা ১১৩৮১৮৪ জন।<ref name="ataglance" /><ref name="Profile">{{cite web | url=http://nalbari.nic.in/Profile.htm | title=Nalbari District Profile | work=National Informatics Centre, Nalbari,Assam | accessdate=24 আগষ্ট 2013}}</ref> বাৰ্ষিক বৃষ্টিপাত হৈছে ১৫০০ মিঃমিঃ আৰু গড় আৰ্দ্ৰতা ৮০%। সমুদ্ৰপৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ১০০০ ফুট।
 
;চাৰিসীমা
35 নং শাৰী:
জিলাখনৰ দক্ষিণ দিশেৰে [[ব্ৰহ্মপুত্ৰ নদী]] বৈ গৈছে। আনকেইখন প্ৰধান নৈ হ'ল পাগলদিয়া, নোনা, বৰলীয়া, বুঢ়াদিয়া, টিহু।<ref name="Profile" />
 
==ইতিহাস==
পোন প্ৰথমতে নলবাৰী [[কামৰূপ জিলা]]ৰ এক মহকুমা আছিল। ১৯৬৭ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে নলবাৰীক মহকুমা ৰূপে প্ৰশাসনিক দয়িত্ব প্ৰদান কৰে। ১৯৮৫ চনৰ ১৪ আগষ্টৰ পৰা নলবাৰীক জিলা হিচাপে ঘোষণা কৰা হয়। নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-
*বিদৰ্ভ ৰাজ 'নল'ৰ বাৰী হিচাপে জিলাখনৰ নাম নলবাৰী হোৱা বুলি কোৱা হয়।
*যথেষ্ট পৰিমানে নল-খাগৰি থকা বাবে ইয়াৰ নাম নলবাৰী হয়।
*১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।
*ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্ত মানুহ এচামে উঠি আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা কাৰণে নলবাৰী হোৱা বুলি কোৱা হয়।
==জন গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি নলবাৰী জিলাৰ জনসংখ্যা ৭৬৯,৯১৯ জন; ইয়াৰে পুৰুষ ৩৯৫,৮০৪ জন আৰু মহিলা ৩৭৪,১১৫ জনী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৫ জনী। জন-ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৭৬৩ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১১.৭৪%। শিক্ষিতৰ হাৰ ৭৩.৮৫%।
Line 52 ⟶ 58:
* [http://nalbari.nic.in/religion.htm Religious places in Nalbari]
 
{{Assam-geo-stub}}
{{অসমৰ জিলা}}
{{নলবাৰী জিলা}}
 
{{Geographic location
|Centre = নলবাৰী জিলা