ঊষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
3 নং শাৰী:
[[চিত্ৰ:Anniruddha Usha.jpg|thumb|center|ঊষাৰ সৈতে অনিৰুদ্ধ]]
 
==কিংবদন্তী==
{{main|অনিৰুদ্ধ}}
পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা [[বাণাসুৰ]]ৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী [[চিত্ৰলেখা]]ৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই [[অসম]] (শোণিতপুৰ) -লৈ আহে।<ref name="ani">{{cite book|title=কুমৰ-হৰণ। গ্ৰন্থ=পুৰণি অসমীয়া সাহিত্য |author=ড॰ বাণীকান্ত কাকতি | publisher=অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪)| pages=19-26| accessdate=25 may 2020}}</ref>
 
[[File:Raja Ravi Varma, Usha's Dream (oleographic print).jpg|thumb|center|ঊষাৰ সপোনত অনিৰুদ্ধ]]
 
বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা [[প্ৰহ্লাদ]]ৰ নাতি [[মহাবীৰ বলি]]ৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই [[শোণিতপুৰ]] ৰাজ্যখন পায়।<ref name="ani" />
 
[[চিত্ৰ:Anniruddha Usha.jpg|thumb|center|ঊষাৰ সৈতে অনিৰুদ্ধ]]
 
বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক [[হৰি-হৰ যুদ্ধ]] বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।<ref name="ani" />
 
[[File:Monument showing the historical "Hari-Hor Yuddha" at Agnigarh Hill, Tezpur.jpg|340px|thumb|center|[[তেজপুৰ]]ৰ [[অগ্নিগড়]]ত থকা 'হৰি-হৰ যুদ্ধ'ৰ বৰ্ণনাত্মক ভাস্কৰ্য]]
== লগতে চাওক ==
* [[কুমৰ-হৰণ]]
"https://as.wikipedia.org/wiki/ঊষা"ৰ পৰা অনা হৈছে