ঈছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox person
| honorific_prefix = আল মছিহ
| name = ঈছা - عسيى
| honorific_suffix = আলাইহিছ-ছালাম<br>( عليه السلام )
| native_name = ‎‏ঈছা, যীশু
| native_name_lang =
| image = Jesus Name in Arabic.gif
| image_size =
| alt =
| caption = "ঈছা ইবনে মাৰিয়াম" (আলাইহিছ-ছালাম), আৰবী ভাষাত লিখিত
| religion = [[ইছলাম]]
| birth_date = {{circa}} ২-৭ [[খৃষ্টপূৰ্ব]]
| birth_place = [[বেথেলহাম]], [[ফিলিস্তিন]]
| disappeared_date =
| disappeared_place =
| disappeared_status =
| death_date =
| death_place =
| death_cause =
| resting_place =
| resting_place_coordinates = <!-- {{Coord|LAT|LONG|type:landmark|display=inline}} -->
| other_names =
| years_active =
| known_for = [[মৰিয়ামৰ সন্তান]], আল-মাছিহ (মনোনীত ব্যক্তি)
| notable_works =
| style =
| influences =
| style =
| influenced =
| influences =
| predecessor =
| influenced =
| successor =
| predecessor =
| opponents =
| successor =
| spouse =
| opponents =
| partner = <!-- unmarried life partner; use ''Name (1950–present)'' -->
| spouse =
| children =
| partner = <!-- unmarried life partner; use ''Name (1950–present)'' -->
| Mother =[[মাৰিয়াম]]
| children =
| Relative =[[ইয়াহিয়া]]
| Mother =[[মাৰিয়াম]]
| module1 =
| Relative =[[ইয়াহিয়া]]
| module2 =
| module1 =
| module3 =
| module2 =
| module4 =
| module3 =
| module5 =
| module4 =
| module6 =
| module5 =
| footnotes =
| module6 =
| box_width =
| footnotes =
| box_width =
}}
 
'''ঈছা ইবনে মাৰিয়াম''' ( {{lang-ar|عيسى|translit=ʿĪsā}}, যিজননক [[বাইবেল]]ৰ [[নতুন নিয়ম]]ত '''[[যীশু]]''' নামেৰে পৰিচিত) [[ইছলাম]] ধৰ্মত তেখেত এজন [[নবী]] আৰু [[ৰাছুল]]; লগতে মছিহ হিচাপে স্বীকৃত।<ref>{{cite book|last=Smith|first=Cyril Glassé ; introduction by Huston|title=The new encyclopedia of Islam|year=2001|publisher=AltaMira Press|location=Walnut Creek, CA|isbn=9780759101906|page=239|url=http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false|edition=Édition révisée.}}</ref>
 
[[খ্ৰীষ্টান ধৰ্ম]]ৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন [[নবী]] আৰু [[ৰাছুল]]; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্রুশবিদ্ধক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্রুশবিদ্ধক্ৰুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। [[কিয়ামত]]ৰ পূৰ্বে [[দাজ্জাল]]ৰ আবিৰ্ভাৱৰ পাছত ঈছা [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ এজন [[উম্মত]] বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু [[দাজ্জাল]]ক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু [[মুহাম্মাদ]] (ছাঃ)ৰ [[কবৰ]]ৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত [[মদীনা]]ত [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক [[কবৰ]] দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। [[ইছলাম]]ৰ মতে, তেখেত হ'ল [[মছিহ]]; মানে [[আল্লাহ]]এ তেখেতক মনোনিতমনোনীত কৰিছে যে শেষ কালত তেখেতে [[দুনিয়া]]ৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব বিশ্বেরবিশ্বেৰ সংস্কৃতিরসংস্কৃতিৰ রাজনৈতিকৰাজনৈতিক সমাজ ও ধর্মেরধৰ্মেৰ প্রত্যেকেরপ্ৰত্যেকেৰ মতে, জর্জজৰ্জ এবং তাকে উৎপন্ন বিচারকবিচাৰক এবং ছায়া অন্ধকারঅন্ধকাৰ, মৃত চাঁদ ঘুমেরঘুমেৰ স্বপ্নেরস্বপ্নেৰ আলো অদৃশ্য দৃশ্যমান সূর্যেরসূৰ্যেৰ জীবন আমরাআমৰা সন্দেহ করিকৰি যে আমরাআমৰা পৃথিবীতে চূড়ান্ত চূড়ান্ত উচ্চারণউচ্চাৰণ এবং বিচারকেরবিচাৰকেৰ বিচারবিচাৰ এবং ঈশ্বরঈশ্বৰ জর্জজৰ্জ সার্বজনীনসৰ্বজনীন মানব জাতি এবং সান জিয়িওজিও মেসিয়ারমেসিয়াৰ সর্বোচ্চসৰ্বোচ্চ মাস্টারমাষ্টাৰ সৃষ্টি করেছিলেনকৰেছিলেন যিনি পুনর্জন্মপুনৰ্জন্ম এবং অবতারঅবতাৰ এবং পুনর্জন্মেরপুনৰ্জন্মেৰ অমরত্বঅমৰত্ব পুনরুজ্জীবনকেপুনৰুজ্জীবনকে ব্যক্তিত্বে পরিণতপৰিণত কৰবেন। করবেন।
 
==তথ্য সূত্ৰ==
"https://as.wikipedia.org/wiki/ঈছা"ৰ পৰা অনা হৈছে