ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{Infobox film
| name = ওপজা সোণৰ মাটি <br />Opoja Sonar Mati
| image = Opaja Sonar Mati.jpg
| image size = 160px
| alt =
| caption = 'ওপজা সোণৰ মাটি'ৰ পোষ্টাৰ
| director = ব্ৰজেন বৰুৱা
| producer = মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ
| writer =
| screenplay =
| story =
| based on =
| narrator =
| starring =
| music = ৰমেন বৰুৱা
| choreography =
| cinematography = নলীন দুৱৰা
| editing =
| studio =
| distributor =
| released = ১৯৭২
| runtime =
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[অসমীয়া]]
| budget =
| gross =
| gross =
}}
'''ওপজা সোণৰ মাটি''' ({{Lang-en|Opaja Sonar Mati}}) ১৯৭২ চনত মুক্তি পোৱা [[:en: Cooperative movement in India|সমবায় আন্দোলনৰ]] ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল [[ব্ৰজেন বৰুৱা]]ই। বৰুৱাই মুঠতে ৫ খন৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ''ওপজা সোণৰ মাটি''। এই ছবিখনৰ শ্বুটিং হৈছিল [[লক্ষীমপুৰ জিলা|লক্ষীমপুৰ]]ত । ত। কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল [[ৰমেন বৰুৱা]]ই আৰু চিত্ৰগ্ৰহণ কৰিছিল [[নলীন দুৱৰা]]ই।<ref name="dff">{{Cite web |title=20th National Awards for Films |url=https://www.dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf |accessdate=10-10-2019}}</ref> ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।<ref name="sare1">{{Cite journal |author=নয়ন প্ৰসাদ |year=June 2006 |title=লতাশিলৰ বিস্ময় |journal=অসমীয়া সা ৰে গা মা.}}</ref>
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।<ref name="dff" />
 
==প্ৰেক্ষাপট==
ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।<ref name="eco">{{Cite web |title=Co-operative Movement in India |url=http://www.economicsdiscussion.net/india/cooperative-movement/co-operative-movement-in-india/21216 |accessdate=10-10-2019}}</ref> জমিদাৰীতন্ত্ৰয়ো খেতিয়কক এনেকৈ শোষণ কৰিছিল যে তেওঁলোকে মাটিৰ খাজানাখিনিও গোটাবলৈ সক্ষম নহৈছিল। ১৯০৪ চনত বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে কো-অপাৰেটিভ ক্ৰেডিট চোচাইটিজ এক্ট গৃহীত কৰে। ইয়াৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ ১৯১২ চনত আকৌ এখন নতুন সমবায় আইন গৃহীত কৰা হয়।<ref name="history">{{Cite web |title=History of Cooperative Movement in India |url=http://www.yourarticlelibrary.com/essay/history-of-cooperative-movement-in-india/32000 |accessdate=10-10-2019}}</ref> সমবায় আন্দোলনটোৱে চুতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাব পৰিছিল।<ref name="ballabha">{{Cite journal |author=নৰেন্দ্ৰ শৰ্মা |year=2016 |title=সমবায় আন্দোলন আৰু ৰঙিয়া |journal=বল্লভা প্ৰৱাহ, স্মৃতিগ্ৰন্থ ৰঙিয়া আলোচনী সভা}}</ref> ১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।<ref name="nila">{{Cite web |title=হিতেশ ডেকাৰ ‘আজিৰ মানুহ’ উপন্যাস আৰু ইয়াৰ অনূদিত ৰূপ বিস্তাৰিত |url=https://nilacharai.com/sahityar-anubadar-khetrat/ |accessdate=10-10-2019}}</ref> ''ওপজা সোণৰ মাটি''ৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সম্ভাৱনীয়তাৰ প্ৰতিফলন ঘটিছে।<ref name="sare2">{{Cite journal |year=জুন ২০১৬ |title=লতাশিলৰ বৰুৱা পৰিয়াল |journal=অসমীয়া সা ৰে গা মা.}}</ref>
 
==কাহিনী==
[[Image:Screenshot of Opoja Sonar Mati.jpg|thumb|right|250px|ওপজা সোণৰ মাটিৰ এটা দৃশ্য]]
চহৰৰ পৰা দূৰৈৰ এখন গাঁও কদমণি। সেই গাঁওৰেগাঁৱৰে এজন শিক্ষিত নিবনুৱা যুৱক হেমন্ত শইকীয়া। শিৱৰাম কাকতি আৰু তেওঁৰ জীয়েক পূৰ্ণিমাই হেমন্তক নিজৰ মাটিত খেটি-বাতি কৰিবলৈ পৰামৰ্শ দিলে। পৰামৰ্শটো তেওঁ ভাল পালে আৰু বৈজ্ঞানিক পদ্ধতিৰে সমবায় ভিত্তিত খেতি কৰিবলৈ মন মেলিলে। তেওঁ গাঁৱেৰে আৰু কেইজনমান যুৱকক লগত লৈ এটা [[:en:Banking in India|ৰাষ্ট্ৰীয়কৃত বেংকলৈ]] গৈ ঋণৰ বাবে আবেদন কৰিলে।<ref name="dff" />
 
হেমন্তৰ পৰিকল্পনাত গাঁৱৰে সুদখোৰ মহাজন উমাৰাম সচকিত হৈ উঠিল। কাৰণ উমাৰামে উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওবাসীক টকা ধাৰে দিছিল আৰু বেংকৰ পৰা ৰাইজে ঋণ লবলৈ ধৰিলে তেওঁৰ সান্দহ খোৱা বালি তল যাব। তাৰোপৰিতদুপৰি পূৰ্ণিমাৰ সৈতে থকা হেমন্তৰ হলিগলিক তেওঁ সহজভাবে লব পৰা নাছিল। হেমন্তৰ বাপেকে তেওঁৰ ওচৰত বন্ধকী থোৱা দুই পুৰা মাটিত চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক এটা কাৰখানা খুলিবলৈ প্ৰৰোচিত কৰিবলৈ ধৰিলে। কিন্তু হাজৰিকাৰ এই আঁচনিত বাধা হৈ থিয় দিলে পুতেক পঙ্কজ আৰু জীয়েক অৰ্পনা।অৰ্পণা। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু; আনহাতে অৰ্পনায়োঅৰ্পণায়ো হেমন্তৰ প্ৰতি অন্তৰত এক কোমল অনুভূতি পুহি ৰাখিছিল। বাপেকে পঙ্কজক ঘৰৰ পৰা উলিয়াই দিয়াত এখন ট্ৰেক্টৰ লৈ হেমন্তক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ কদমণি পালেহি।<ref name="dff" />
অৰ্পনাইঅৰ্পণাই বাপেকৰ অসৎ কাৰ্য-কলাপৰ তেতিয়ালৈ বিৰোধিতা কৰি গ’ল। এদিন বাপেকে নিজৰ ভুল উপলব্ধি কৰি কদমণিলৈ গ’ল। কিন্তু তাত গৈ তেওঁ পুত্ৰ পঙ্কজৰ ট্ৰেজিক মৃত্যু নিজ চকুৰে দেখিবলগীয়া হ’ল।
অৱশেষত নিৰ্মল হাজৰিকায়ো সেউজ বিপ্লৱ্ৰ লক্ষ্যৰে গঠিত কৃষি সমবায় সমিতিত জড়িত হৈ পৰিল।<ref name="dff" />