তিনিচুকীয়া মহাবিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{stub}}
{{Infobox university |
name = তিনিচুকীয়া মহাবিদ্যালয়|
image = |
type = ৰাজহুৱা|
established = ১৯৫৬ |
principal = |
city = [[তিনিচুকীয়া]] |
state = [[অসম]] |
country = [[ভাৰত]] |
colors = |
affiliations = [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]] |
website = http://tinsukiacollege.com/
|}}
'''তিনিচুকীয়া মহাবিদ্যালয়''' [[তিনিচুকীয়া|তিনিচুকীয়া জিলা]]ত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে। ইয়াৰোপৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শাখা এটাও মহাবিদ্যালয়খনত অৱস্থিত। তিনিচুকীয়া মহাবিদ্যায়ৰ বৰ্তমান অধ্যক্ষ হ'ল ৰাণা কুমাৰ চাংমাই।