গৱেষণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
'''গৱেষণা''' শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল Research৷Research। Research শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ১৫৭৭ চনত৷চনত। গৱেষণা মানে সত্যক আৱিষ্কাৰ কৰা আৰু সত্যৰ অনুসন্ধান কৰা৷কৰা।
 
==গৱেষণাৰ সংজ্ঞা==
* গৱেষণা শব্দটোৰ অৰ্থ হ’ল বিচৰা বা অনুসন্ধান কৰা৷কৰা। এই অৰ্থত এই [[সংস্কৃত]] শব্দটোৰ ব্যৱহাৰ ‘ঋকবেদ’ৰ সময়ৰ পৰা পোৱা গৈছে৷গৈছে। শব্দটো গৱ (গৌ শব্দৰ পৰা হোৱা গো- শব্দৰ লগত যুক্ত) শব্দৰ পৰা উদ্ভূত৷উদ্ভূত। <ref>গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১</ref>
* গৱেষণা হ’ল জ্ঞানৰ সমৃদ্ধিৰ বাবে কৰা পদ্ধতিগত অনুসন্ধান৷অনুসন্ধান। <ref>Monier-Monier Willams, A Sanskrit English Dictionary, 1979 Print, p.3</ref> <ref>গৱেষণাৰ পদ্ধতি পৰিচয়, নগেন শইকীয়া, কৌস্তুভ প্ৰকাশন,চতুৰ্থ সংস্কৰণ, ২০১০, পৃষ্ঠা-১</ref>
*ডি শ্লাৰিংগাৰ আৰু এম্ ষ্টিফেনচনৰ মতে- ‘‘ গৱেষণা হ’ল জ্ঞানৰ শুদ্ধতা অথবা জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে হোৱা বিষয়, বস্তু অথবা প্ৰতীক আদিৰ এনে প্ৰয়োগ, য’ত গৱেষণাই কোনো নতুন তত্ত্ব প্ৰণয়ন কৰে অথবা নতুন কলাৰ অনুশীলন কৰে৷কৰে। <ref>গৱেষণাৰ পদ্ধতি বিজ্ঞান, পল্লৱী ডেকা বুজৰবৰুৱা, বনলতা, প্ৰথম সংস্কৰণ, ২০১৭, পৃষ্ঠা-১২</ref>
* জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়৷হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া৷প্ৰক্ৰিয়া। <ref>Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3</ref>
 
==গৱেষণাৰ লক্ষ্য==
"https://as.wikipedia.org/wiki/গৱেষণা"ৰ পৰা অনা হৈছে