জগজিৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q107067 (translate me)
1 নং শাৰী:
{{ infobox writer
| name = জগজিৎ সিং
| image = Jagjit+Singh.jpg
| imagesize = 250px
| alt =
| caption =
| pseudonym =
| birth_name = জগমোহন
| birth_date = ৮ ফেব্ৰুৱাৰী ১৯৪১
| birth_place = {{flagicon|IND}} [[ৰাজস্থান]] শ্ৰীগংগা নগৰ
| death_date = ১০ অক্টোবৰ ২০১১
| death_place = [[মুম্বাই]], [[ভাৰত]]
| occupation = সংগীতকাৰ, গায়ক, সংগীত পৰিচালক
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = ভাৰতীয়
| language =
| education =
| alma_mater =
| period =
| genre = [[গজল]], [[শাস্ত্ৰীয়]], [[লোক-সংগীত]]
| subject =
| movement =
| notableworks =
| spouse = চিত্ৰা সিং
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
'''জগজিৎ সিং''' [[ভাৰত]]ৰ এজন সুপ্ৰসিদ্ধ [[গজল]] গায়ক আৰু সংগীত বিশাৰদ৷বিশাৰদ। গজলৰ যাদুৰে তেওঁ দেশবাসী আৰু বিদেশৰ শ্ৰোতাকো মোহাচ্ছন্ন কৰি ৰাখিছিল৷ৰাখিছিল। [[পদ্মভূষণ]] সন্মানেৰে সন্মানিত সিঙে [[হিন্দী]]ৰ উপৰি [[উৰ্দু]], [[পাঞ্জাবী]], [[গুজৰাটী]] আৰু [[নেপালী]] ভাষাটো গীত গাইছিল৷গাইছিল। গজল সম্ৰাট ৰূপে খ্যাত জগজিৎ সিঙক ভাৰতৰ আধুনিক গজলৰ এজন অগ্ৰদূত বুলি গণ্য কৰা হয়৷হয়। তেওঁৰ গজলৰ ভাৱ আৰু সুৰৰ এক স্বকীয় বৈশিষ্ট্য আৰু সন্মোহিনী শক্তি আছিল৷আছিল। তেওঁ কলা আৰু সংস্কৃতিৰ ৰাজনীতিকৰণত বিৰোধিতা কৰিছিল আৰু ভাৰতৰ পৰম্পৰাগত কলা বিশেষকৈ লোককলাৰ শিল্পী তথা সংগীতজ্ঞসকলৰ হকে মাত মাতি আহিছিল৷আহিছিল।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-11 অক্টোবৰ ২০১১</ref>
 
 
==জন্ম আৰু প্ৰাৰম্ভিক জীৱন==
জগজিৎ সিংৰ জন্ম হয় ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত [[ৰাজস্থান]]ৰ শ্ৰীগংগা নগৰত৷নগৰত। তেওঁৰ পিতৃ-মাতৃৰ নাম অমৰ সিং ধীমান আৰু বচন কৌৰ৷কৌৰ। শিখ ধৰ্মাৱলম্বী জগজিৎ সিঙক পৰিয়ালৰ লোকে জিৎ বুলি মাতিছিল৷মাতিছিল।<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> পিতৃ-মাতৃয়ে আই এ এছ বিষয়া হোৱাটো বিচাৰিছিল যদিও সংগীতৰ প্ৰতি অন্ধ জগজিত সিঙে [[কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়]]ৰ পঢ়া আধাতে সামৰি ভাগ্যৰ সন্ধানত ১৯৬৫ চনত মুম্বাইত উপস্থিত হয়৷হয়।<ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> জীৱন সংগ্ৰাম কৰিব লগীয়া হোৱা সময়খিনিত তেওঁ জিংগলছ (বিজ্ঞাপনৰ গীত) গাইছিল৷গাইছিল। নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়াৰ সময়খিনিতে জগজিতৰ গজল গায়িকা চিত্ৰাৰ লগত চিনাকীচিনাকি হয় আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হয়৷হয়। দুয়ো গজলৰ জৰিয়তে যথেষ্ট খ্যাতি অৰ্জন কৰে৷কৰে।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
 
==সংগীত জীৱন==
সৰুৰে পৰাই জগজিৎ সিঙৰ গানৰ প্ৰতি আকৰ্ষণ আছিল৷আছিল। গানৰ প্ৰতি আগ্ৰহ দেখি তেওঁৰ পিতৃয়ে পণ্ডিত চগনলাল শৰ্মাৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰি দিয়ে৷দিয়ে। জগজিৎ সিঙে ওস্তাদ জামাল খাঁৰ ওচৰত ছবছৰকাল সংগীত শিকে, লাভ কৰে খেয়াল থুমৰী, ধ্ৰুপদত পাৰদৰ্শিতা৷পাৰদৰ্শিতা। জগজিৎ সিঙে তেওঁৰ সাংগীতিক যাত্ৰা গুৰুদ্বাৰত ভক্তিগীত 'শৱদ' গাই আৰম্ভ কৰিছিল৷কৰিছিল। জলন্ধৰ অনাতাঁৰ কেন্দ্ৰতো গায়ক হিচাপে সুযোগ লাভ কৰা জগজিৎ সিঙে মুম্বাইলৈ নেপথ্য শিল্পী হিচাপে যোগদানৰ বাবে ১৯৬১ চনত আহে যদিও সেইবাৰ তেওঁ সফল হ'ব পৰা নাছিল৷নাছিল। সেয়ে ১৯৬৫ চনত পুনৰ [[মুম্বাই]]ত উপস্থিত হয়৷হয়। সেই সময়তে তেওঁ এইচ এম ভিত দুটা গজল ৰেকৰ্ড কৰাৰ সুবিধা লাভ কৰে৷ কৰে।<ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
 
==মৃত্যু==
২০১১ চনৰ ২৩ ছেপ্টেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ হোৱাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰা হয়৷হয়। শেষত এই ৰোগৰ বাবেই ২০১১ চনৰ ১০ অক্টোবৰত পুৱা ৮.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷কৰে। মৃত্যুৰ সময়ত তেওঁ গায়িকা পত্নী চিত্ৰা সিঙক এৰি থৈ যায়৷যায়।<ref>http://www.dainikjanambhumi.co.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> <ref>http://ajirdainikbatori.com/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref> <ref>http://amarasom.glpublications.in/ তথ্য সংগ্ৰহৰ সময়-১১ অক্টোবৰ ২০১১</ref>
 
==বঁটা আৰু সন্মান==
52 নং শাৰী:
<references />
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
==বৰ্হি সংযোগ==
[[শ্ৰেণী:মৃত ব্যক্তি]]
 
[[শ্ৰেণী:ভাৰতীয় কণ্ঠশিল্পী‎]]
[[শ্ৰেণী:পদ্মভূষণ বঁটা বিজয়ী]]
"https://as.wikipedia.org/wiki/জগজিৎ_সিং"ৰ পৰা অনা হৈছে